• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

টিভি-ফ্ৰীজতকৈও দাম বেছি কণ্ডমৰ : ৬০ হেজাৰ টকাত কেইটা ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 12:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্ম নিয়ন্ত্ৰণৰ এক শ্ৰেষ্ঠ উপায় হৈছে কণ্ডম। যৌন সংক্ৰমণ আৰু অনিচ্ছাকৃত গৰ্ভধাৰণ দুয়োটাৰে বাবে প্ৰয়োজন হয় কণ্ডম। বহু দেশত জন্ম নিয়ন্ত্ৰণ আৰু সুৰক্ষিত যৌন সম্পৰ্কৰ বাবে চৰকাৰে নিজেই কণ্ডমত বিতৰত তথা প্ৰচাৰ কৰে।

দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বেছিভাগ দেশতে কণ্ডমৰ মূল্য হ্ৰাস কৰা হয়। কিছুমান দেশত কণ্ডম চৰকাৰী উদ্যোগত বিনামূলীয়াকৈও প্ৰদান কৰা হয়।

Apply Now

লগতে পঢ়কঃ যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

কিন্তু এনে কিছুমান দেশ আছে যি সমূহ দেশত ই সম্পূৰ্ণ ওলোটা। এই সমূহ দেশত কণ্ডম ব্যৱহাৰৰ পক্ষপাতী নহয় চৰকাৰ। পুৰুষ–মহিলাৰ মিলনত কিছুমান কঠোৰ নিয়ম আছে এই সমূহ দেশত।

এনে এখন দেশ হৈছে ভেনিজুৱেলা। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰ প্ৰান্তত ভেনিজুৱেলা এখন মজলীয়া আকাৰৰ দেশ। এই দেশত কণ্ডম ব্যৱহাৰৰ সুবিধাৰ বাবে চৰকাৰে লোৱা নাই কোনো উদ্যোগ।

সেয়ে ভেনিজুৱেলাত কণ্ডমৰ দাম আকাশলংঘী। ভেনিজুৱেলাত একপেকেট কণ্ডম কিনিবলৈ যিমান টকা লাগে , ভাৰতীয় মূল্যত সিমান টকাত দুটা ফ্ৰিজ দুটা টিভি ক্ৰয় কৰিব পৰা যাব।

লগতে পঢ়কঃ যৌনতাৰ দৰে ব্যক্তিগত বিষয়ত তথাকথিত সামাজিক নৈতিকতা আৰু সংস্কাৰৰ মোহৰ কিয়!

ভেনিজুৱেলাত এপেকেট কণ্ডমৰ নূন্যতম মূল্য ৬০ হাজাৰ টকা। দেশখনৰ নাগৰিকে এই দামত সাধাৰণ কণ্ডম কিনিব লগা হয়। যদি উন্নত ব্ৰেণ্ডৰ পৰা উন্নত মানৰ কণ্ডম কিনিব বিচাৰে তেন্তে তাৰ খৰচ আৰু বেছি। ৩৬ টা কণ্ডম থকা সাধাৰণ ব্ৰেণ্ডৰ কণ্ডম এপেকেটৰ দাম ৬০ হাজাৰ টকা দেশখনত।

ভেনিজুৱেলাত সকলো ধৰণৰ গৰ্ভনিৰোধক ঔষধ অত্যধিক দামত বিক্ৰী হয়। সাধাৰণ মানুহে কিনিব নোৱাৰে গৰ্ভনিৰোধক। ফলত অনিচ্ছাকৃত গৰ্ভধাৰণৰ সংখ্যাও বেছি আমেৰিকান দেশখনত।

কিন্তু দক্ষিণ আমেৰিকাৰ এই দেশখনত কণ্ডম বা গৰ্ভনিৰোধক ঔষধৰ দাম ইমান বেছি কিয়? ইয়াৰ আঁৰত আছে অৰ্থনৈতিক সংকটৰ এক দীঘলীয়া ইতিহাস।

লগতে পঢ়কঃ মাতৃত্ব লাভ কৰা কিশোৰী সকলৰ বাবে নিয়মীয়া যৌনশিক্ষাৰ ব্যৱস্থা: এখন বিদ্যালয়ে দেখুৱাইছে নিদৰ্শন

২০২২ চনৰ পৰিসংখ্যা অনুসৰি ভেনিজুৱেলাৰ জনসংখ্যা ২৯৭ মিলিয়ন ৮৯ হাজাৰ ৭৩০। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ অনুপাত ২.৪৩ শতাংশ আৰু ০.৯৯ শতাংশ।

যাৰ ফলত শেহতীয়াকৈ তীব্ৰ আৰ্থিক সংকটে দেখা দিছে দেশখনত। ফলত সাধাৰণ তথা নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহ ক্ৰয় কৰাটোও জটিল হৈ পৰিছে দেশখনৰ সাধাৰণ নাগৰিকৰ বাবে।

আনহাতে ভেনিজুৱেলাত গৰ্ভপাত অবৈধ। দেশখনত কোনোবাই গৰ্ভপাত কৰিলে কঠোৰ শাস্তি হ’ব পাৰে। বিশেষ ক্ষেত্ৰত যদি গৰ্ভপাতৰ প্ৰয়োজন হয় তেন্তে চৰকাৰী চিকিৎসালয় বা ক্লিনিকত এই সেৱা উপলব্ধ নহয়। তাৰ বাবে মহিলাসকলে অতিৰিক্ত ধন খৰচ কৰি ব্যক্তিগত প্ৰতিষ্ঠানলৈ যাব লাগে।

কোনো কোনোৱে কয় যে চৰকাৰৰ এই নীতিৰ বাবেই দেশৰ দৰিদ্ৰতা কেইবাগুণো বৃদ্ধি পাইছে। গৰ্ভপাত অবৈধ হোৱাৰ বাবে সেই দেশৰ মহিলাসকলে অকালতে সন্তান জন্ম দিবলৈ বাধ্য হয়। ইয়াৰ পিছত দম্পতীহালে পৰিয়ালটোৰ নতুন সদস্যৰ খৰচ বহন কৰিবলগীয়া হ’ল।

লগতে পঢ়কঃ মায়ে দিয়া যৌনশিক্ষাৰ কিতাপ লৈ আইনাৰ আগত নিজৰ শৰীৰৰ অংগ চিনিছিলোঁ

ভেনিজুৱেলা চৰকাৰৰ কঠোৰ নিয়মৰ বাবে সেই দেশৰ নাবালকসকলৰ মাজত গৰ্ভধাৰণৰ প্ৰৱণতা অতি বেছি। জন্ম নিয়ন্ত্ৰণৰ অভাৱত যৌন সম্পৰ্কৰ সময়তো কোনো সুৰক্ষা নাথাকে।

ৰাষ্ট্ৰসংঘৰ ২০১৫ চনৰ এক প্ৰতিবেদন অনুসৰি নাবালক আৰু যুৱতীসকলৰ মাজত গৰ্ভধাৰণৰ প্ৰাদুৰ্ভাৱ ভেনিজুৱেলাত সৰ্বাধিক। পৃথিৱীৰ আন কোনো দেশত সন্তান জন্ম দিয়া নাবালকৰ সংখ্যা ইমান বেছি নহয়।

অৰ্থনৈতিক সংকটৰ মাজতে ভেনিজুৱেলাত কণ্ডমৰ মূল্য আকাশলংঘী হৈছে। এই সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। দেশখনৰ নাগৰিক সকল এই ক্ষেত্ৰত একেবাৰেই সুখী নহয়। চৰকাৰৰ এই নীতিৰ প্ৰতিবাদত একাংশ নাগৰিকে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে।

কেৱল জন্ম নিয়ন্ত্ৰণতে নহয়, যৌন সংক্ৰামক ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো কণ্ডমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াক ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে ভেনিজুৱেলাৰ একাংশ লোকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। চৰকাৰৰ এই নীতিক ছচিয়েল মিডিয়াতো সমালোচনা কৰা হৈছে।

লগতে পঢ়কঃ বয়স্ক লোকৰ বাবে উপকাৰী যৌন মিলন :: সুখী যৌন জীৱনে দূৰ কৰে হৃদৰোগৰ সম্ভাৱনা

২০২০ চনৰ পৰিসংখ্যা অনুসৰি ভেনিজুৱেলাৰ প্ৰতিগৰাকী মহিলাই দুটা বা তাতকৈ অধিক সন্তান জন্ম দিয়ে। দেশখনত প্ৰতিগৰাকী মহিলাৰ জন্মৰ হাৰ ২.২৩, যিটো দক্ষিণ আমেৰিকা মহাদেশৰ ভিতৰতে সৰ্বাধিক।

ভেনিজুৱেলাৰ তুলনাত কণ্ডম ব্যৱহাৰ বা গৰ্ভনিৰোধৰ ক্ষেত্ৰত ভাৰত বৰ্ষত সুবিধা বহু বেছি। ভাৰতত প্ৰত্যেক ফাৰ্মাচী, হোটেল, পাণ দোকানতো কম মূল্যতে কণ্ডম উপলব্ধ। চৰকাৰী হাস্পাতাল আৰু স্বাস্থ্য কেন্দ্ৰসমূহতো চৰকাৰে বিনামূলীয়াকৈ কণ্ডম আৰু গৰ্ভ নিৰোধক বড়ি বিতৰণ কৰা হয়। আনকি, ভাৰতত গৰ্ভপাতৰ সুবিধাও তেনেই সুলভ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd