• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত এইমছ উদ্বোধন: ২০২৪ৰ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2023 4:40 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব অঞ্চলৰ গুৱাহাটীত প্ৰথমখন সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একপ্ৰকাৰ ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিলে। শুকুৰবাৰে এইমছ গুৱাহাটীৰ চৌহদ উদ্বোধন কৰি দেশৰ স্বাস্থ্য আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে পূৰ্বৰ চৰকাৰসমূহে কোনো কাম কৰা নাই বুলি দাবী কৰিল প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ১৯৫০ চনৰ ভিতৰত দিল্লীত প্ৰথমখন এইমছ নিৰ্মাণ কৰা হৈছিল। দেশৰ চুক-কোণৰ ​​পৰা মানুহ চিকিৎসাৰ বাবে এইমছ দিল্লীলৈ গৈছিল, কিন্তু কোনো চৰকাৰে সমগ্ৰ দেশতে এইমছ কেম্পাছ স্থাপন কৰাৰ প্ৰয়োজনীয়তা বুজি পোৱা নাছিল।

মোদীৰ মতে, অটল বিহাৰী বাজপেয়ী চৰকাৰেই আন চহৰত এইমছ নিৰ্মাণৰ উদ্যোগ লৈছিল। ২০০৪ চনত বাজপেয়ীৰ চৰকাৰ পতনৰ পিছত এই প্ৰকল্পসমূহ স্থবিৰ হৈ পৰিছিল আৰু ২০১৪ চনৰ পিছত কেন্দ্ৰত বিজেপি ক্ষমতালৈ অহাৰ পিছত সমগ্ৰ দেশতে এইমছ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল বুলি জাহিৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

Apply Now

আমি ১৫ খন এইমছ কেম্পাছ নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ, আৰু আজি ইয়াৰে কমেও ৫০ শতাংশতকৈও অধিক কাৰ্যক্ষম বুলিও তেওঁ কয়। চিকিৎসা পাঠ্যক্ৰমৰ পাঠদান আৰু চিকিৎসা প্ৰদান সেই প্ৰতিষ্ঠানবোৰত আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ষ্টেট অৱ দ্য আৰ্ট হাস্পতালৰ আধাৰশিলা স্থাপনৰ লগতে অসমত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে।

বিৰোধীক লক্ষ্য কৰি মোদীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ ভুল নীতিৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থাৰ পতন ঘটিছে। তেওঁৰ মতে, দেশত ইয়াৰ পূৰ্বে চিকিৎসা পেছাদাৰীত্ব তীব্ৰ নাটনি হৈছিল।

মোদীয়ে উল্লেখ কৰিছে, ২০১৪ চনৰ আগতে দেশত মাত্ৰ ১৫০ খন চিকিৎসা মহাবিদ্যালয় আছিল। যোৱা ৯ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰে সেই অঞ্চলত গুৰুত্ব দিছে। আমি ৩০০খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিছেো এতিয়া এম বি বি এছৰ পাঠ্যক্ৰমত এক লাখৰো অধিক আসন আছে। পিজিৰ আসনসমূহো বৃদ্ধি কৰা হৈছে। লগতে তেওঁ কয় যে এই সংখ্যা আৰু অধিক বৃদ্ধিৰ কাম চলি আছে। 

মুঠৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালতে সমগ্ৰ দেশৰ বিকাশ তৰান্বিত হোৱাৰ বুলি আত্মজাহিৰ কৰি গুৱাহাটীত ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰেই আৰম্ভ কৰি গ’ল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd