• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

NCERT পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপৰ পৰা আঁতৰিল ডাৰউইন! পত্ৰ লিখি প্ৰতিক্ৰিয়া বিজ্ঞানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2023 9:36 am
এনচিআৰটিৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰা বাদ পৰিল ডাৰউইন।

এনচিআৰটিৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰা বাদ পৰিল ডাৰউইন।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে ইতিহাসৰ কিতাপৰ আঁতৰিছে মোগল। মৌলানা আবুল কালাম আজাদো বাদ পৰিছে। এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিছে ডাৰউইনৰ তত্ত্বও। বাদ দিছে কেন্দ্ৰীয় নিয়ামক সংস্থা এনচিইআৰটিয়ে। ইয়াকে লৈ বিজ্ঞানীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ডাৰউইনৰ বিৱৰ্তন তত্ত্বক শীঘ্ৰে বিজ্ঞান চৰ্চালৈ ঘূৰাই অনাৰ দাবীত বিজ্ঞানীসকলে মুকলি পত্ৰ দিছে।

এই পত্ৰখন ব্ৰেকথ্ৰু চাইন্স ছ’চাইটি নামৰ দেশৰ বিজ্ঞানীসকলৰ সংগঠনে এনচিইআৰটিলৈ প্ৰেৰণ কৰিছে। পত্ৰখনত চিবিএছই ব’ৰ্ডে ডাৰউইনৰ বিৱৰ্তন তত্ত্বক মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত ঘূৰাই আনিবলৈ দাবী জনাইছে। পত্ৰখনত প্ৰায় ২০০০ গৰাকী বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞই স্বাক্ষৰ কৰিছে।

লগতে পঢ়ক: গ্ৰেপ্তাৰ অমৃতপল সিং, অৱশেষত ৩৬ দিনৰ অন্তত আৰক্ষীৰ হাতত ধৰা পৰিল খালিস্তানী নেতাগৰাকী

Apply Now

ইয়াৰ ভিতৰত দেশৰ কেইবাটাও প্ৰধান শিক্ষানুষ্ঠান যেনে আই আই টি, আই আই এছ ই আৰ, টাটা ইনষ্টিটিউটৰ সৈতে জড়িত বিজ্ঞান বিশেষজ্ঞসকলো আছে। পত্ৰখখনত লিখা হৈছে, ‘বিৱৰ্তনৰ জ্ঞান কেৱল বিজ্ঞানেই নহয় বৰঞ্চ আমাৰ চৌপাশৰ জগতখন বুজি পোৱাৰ বাবেও অতি গুৰুত্বপূৰ্ণ। বিজ্ঞান আৰু দৈনন্দিন জীৱনৰ বিভিন্ন দিশ বুজিবলৈ, সিদ্ধান্ত লোৱাত ডাৰউইনৰ তত্ত্ব ফলপ্ৰসূ।‘’

একে সময়তে বিজ্ঞানীসকলে ভাবে যে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানবোধ গঢ়ি তুলিবলৈ বিৱৰ্তন সম্পৰ্কীয় জ্ঞান গুৰুত্বপূৰ্ণ। ইয়াৰ অবিহনে বিজ্ঞান শিক্ষাৰ অভাৱ হৈ থাকিব। বিশেষজ্ঞসকলৰ মতে শিক্ষাত বঞ্চনাও ছাত্ৰ-ছাত্ৰীক প্ৰতাৰণা কৰাৰ সৈতে অন্তৰ্ভুক্ত।‘’

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিজ্ঞানবিৰোধী চৰ্চাৰ খবৰ বহুবাৰ পোহৰলৈ আহিছে। বিজেপিৰ এগৰাকী নেতা পশিচমবংগৰ দিলীপ ঘোষৰ গৰুৰ গাখীৰত সোণৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশক প্ৰথম প্লাষ্টিক চাৰ্জাৰী বুলি উল্লেখ কৰালৈকে বিতৰ্কৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: IPL-2023: অথলে গ’ল গ্ৰীণ-সূৰ্যৰ অনবদ্য যুঁজ; পঞ্জাৱৰ অৰ্শদ্বীপৰ যাদুত স্তব্ধ মুম্বাইৰ বিজয়ৰথ

ডাৰউইনৰ বিৱৰ্তন তত্ত্বৰ প্ৰত্যাখ্যানে এই বিতৰ্কত ইন্ধন যোগাইছে। ইতিমধ্যে বহুতেই বিজেপিৰ বিৰুদ্ধে ইতিহাস মচি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইতিহাসবিদসকলেও ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। বিজ্ঞানীসকলৰ এক বৃহৎ অংশৰ উদ্বেগেও সেই অভিযোগকে পুনৰ মান্যতা দিয়া বুলি ধাৰণা কৰিছে সচেতন মহলে।

অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰ বা এনচিইআৰটিৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd