• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত “নতুন হিংসাত্মক” ঘটনাৰ মাজতে ৫ দিনৰ বাবে কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা

এন ই নাও নিউজ, ইম্ফল by এন ই নাও নিউজ, ইম্ফল
May 3, 2023 8:38 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুৰাচান্দপুৰ জিলাত সংঘটিত নতুন হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৫ দিনৰ বাবে মোবাইল ইণ্টাৰনেট/ডাটা সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে।

মেইটেই/মিটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এটছুমে (ATSUM) আয়োজন কৰা এক সমাৱেশৰ সময়ত এই হিংসাত্মক ঘটনা সংঘটিত হয়।

বুধবাৰ ৩ মে’ তাৰিখৰ এক চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে মণিপুৰ ৰাজ্যৰ অধিকাৰক্ষেত্ৰত শান্তি আৰু শৃংখলাৰ বিঘ্নিত কৰিব পৰা ঘটনা ৰোধ কৰিবলৈ মোবাইল ডাটা সেৱা স্থগিত ৰখাটো প্ৰয়োজনীয়।

Apply Now

লগতে পঢ়ক:অভাৱনীয়! বিদ্যালয়ৰ ১৪ বছৰীয়া ছাত্ৰই পিতৃৰ বন্দুকেৰে গুলীয়াই হত্যা কৰিলে ৮ জন শিক্ষাৰ্থীক

এই নিৰ্দেশনাত সকলো মোবাইল সেৱা প্ৰদানকাৰীক নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে আৰু অহা পাঁচ দিনলৈ এই আদেশ বলবৎ থাকিব।

সংহতি পদযাত্ৰা শান্তিপূৰ্ণ আছিল যদিও মণিপুৰৰ বুংমুৱালত বনবিভাগৰ বিট কাৰ্যালয় জ্বলাই দিয়াৰ লগতে প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই দিয়াৰ বিচ্ছিন্ন খবৰ পোৱা গৈছে।

মণিপুৰৰ জনজাতীয় সংগঠনসমূহে মেইটেই/মিটেই জনগোষ্ঠীক এছ টি তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি এই পদযাত্ৰাৰ আয়োজন কৰিছিল।

গৃহ বিভাগৰ নিৰ্দেশনাটোত লিখা হৈছে, “কিছুমান সমাজ বিৰোধী শক্তিয়ে জনসাধাৰণৰ আবেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তাৰ বিয়পোৱাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি আছে।”

লগতে পঢ়ক: পুটিনক হত্যাৰ লক্ষ্যৰে ইউক্ৰেইনে ক্ৰেমলিনত চলাইছে ড্ৰ’ন আক্ৰমণ! অভিযোগ ৰাছিয়াৰ

নিৰ্দেশনাটোত কোৱা হৈছে, “ছ’চিয়েল মিডিয়াও উৰাবাতৰিৰ বাবে এক সহজ আহিলা হৈ পৰিছে আৰু সাধাৰণ জনতাক উচটনি দিবলৈ ব্যৱহাৰ কৰা হৈছে যাৰ ফলত মণিপুৰ ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।”

এন ই নাও নিউজ, ইম্ফল

এন ই নাও নিউজ, ইম্ফল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

July 21, 2026 12:48 pm
‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

July 21, 2026 11:56 am
ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

July 21, 2026 12:48 pm
‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

July 21, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd