• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জিঅ’ই মুকলি কৰিলে জিঅ’ ড্ৰাইভ : ১০০ ইঞ্চিৰ পৰ্দাত পাব ভাৰ্চুৱেল ৰিয়েলিটিৰ অনুভৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 3:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰাহকৰ বাবে জিঅ’ই পুনৰ মুকলি কৰি দিছে জিঅ’ৰ নতুন প্ৰডাক্ট। এই নতুন প্ৰডাক্টটো হৈছে ভাৰ্চুৱেল ৰিয়েলিটি হেডছেট অৰ্থাৎ ভি আৰ হেডছেট। এই নতুন ডিভাইচটোৰ নাম দিয়া হৈছে JioDive।

আৰম্ভণীতে জিঅ’ই চলন্ত আই পি এলৰ খেলসমূহৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেট প্ৰেমীসকলৰ বাবে এই প্ৰডাক্টটো মুকলি কৰিছে।

Apply Now

কেৱল সেয়াই নহয়, জিঅ’চিনেমা এপত আইপিএলৰ মেচ চোৱাসকলে এই ভিআৰ হেডছেট ব্যৱহাৰ কৰি ক্ৰিকেট মেচ উপভোগ কৰিব পাৰিব। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই ডিভাইচত ১০০ ইঞ্চি ভাৰ্চুৱেল পৰ্দা আৰু ৩৬০ ডিগ্ৰী দৃশ্যৰ বিকল্প আছে।

লগতে পঢ়কঃ অমৰ্ত্য সেনলৈ বিশ্ব ভাৰতীৰ উচ্ছেদৰ জাননী: প্ৰতিবাদত নামিল বুদ্ধিজীৱী, স্থানীয় ৰাইজ

উল্লেখ্য যে এই ডিভাইচটো কেৱল Jio ব্যৱহাৰকাৰীৰ বাবেহে মুকলি কৰা হৈছে।

জিঅ’ই মুকলি কৰা এই ভি আৰ হেডছেটৰ দাম মাত্ৰ ১২৯৯ টকা। গ্ৰাহকসকলে জিঅ’মাৰ্টৰ অফিচিয়েল ৱেবছাইটৰ পৰা কিনিব পাৰিব এই ডিভাইছটো। জিঅ’মাৰ্টত উপলব্ধ এই হেডছেটো ক্ৰয় কৰিলে জিঅ’ই ৫০০ টকাৰ কেছবেক প্ৰদান কৰিব। পেটিএম ৱালেটৰ জৰিয়তে ধন পৰিশোধ কৰিলে এই কেছবেক উপলব্ধ হ’ব।

গ্ৰাহকে এই ডিভাইচটো ৪.৭ ইঞ্চিৰ পৰা ৬.৭ ইঞ্চিৰ পৰ্দাত ব্যৱহাৰ কৰিব পাৰে। ইয়াত Gyroscope আৰু Accelerometer আছে। এই দুই সুবিধাই ডিভাইছটো অধিক উপভোগ্য কৰি তোলে।

লগতে পঢ়কঃ উত্তপ্ত মণিপুৰ! হিংসাত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবীত গুৱাহাটীতো মণিপুৰী ৰাইজৰ প্ৰতিবাদ

ইতিমধ্যে কোম্পানীয়ে জনাইছে যে এই প্ৰডাক্টটো নন-ৰিফাণ্ডেবল। JioDive এ Android 9+ আৰু iOS 15+ ত কাম কৰিব। ইয়াক ব্যৱহাৰ কৰিবলৈ আপুনি JioImmerse app নামৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। তাৰ পিছত সকলো অনুমতি দিয়াৰ পিছত আপুনি JioDive নিৰ্বাচন কৰিব লাগিব আৰু তাৰ পিছত JioDive ত Watch ত টেপ কৰিব লাগিব।

তাৰ পিছত আপুনি ফোনটো ভি আৰ মোডত ছেট কৰিব পাৰিব। এই ক্ষেত্ৰত হেডছেট পিন্ধিব লাগিব। ইয়াৰ উপৰিও ইয়াৰ ওপৰত থকা চেণ্টাৰ আৰু কাষৰ চকা ব্যৱহাৰ কৰি ছবিৰ মানদণ্ডও নিজৰ মতে মিলাই ল’ব পাৰিব।

লগতে পঢ়কঃ চকুৰ কূটা দাঁতৰ শাল! তুৰস্কত ৰাছিয়াৰ প্ৰতিনিধিক চৰ-ঘোচা ইউক্ৰেইন সাংসদৰ (ভিডিঅ’ চাওক)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd