• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ হ’ব নেকি বাইক টেক্সি? উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উবেৰ-ৰেপিডোৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 13, 2023 10:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উবেৰ, ৰেপিডোৰ দৰে এপ কেব কোম্পানীসমূহে উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে। দিল্লীৰ ৰাজপথত আৰু বাইক-টেক্সি নচলিব। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ৰেপিডো আৰু উবেৰক দিল্লীত বাইক-টেক্সি চলাবলৈ অনুমতি দিয়াৰ লগতে এই বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ৰাজেশ ভিন্দলৰ বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে দিল্লী চৰকাৰে বাইক-টেক্সি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি নকৰালৈকে ৰাজধানীত এনে বাইক-টেক্সি চলাচল কৰিবলৈ দিয়া নহ’ব।

লগতে পঢ়ক: তিক্ত সম্পৰ্ক! এমাহৰ ভিতৰত শেষ ভাৰতীয় সাংবাদিকজনেও এৰিব লাগিব চীন; নিৰ্দেশ বেইজিঙৰ

Apply Now

ইয়াৰ পূৰ্বে দিল্লী চৰকাৰে ৩০ জুনৰ ভিতৰত দুচকীয়া যাত্ৰীবাহী বাণিজ্যিক বাহনৰ নীতি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লী চৰকাৰে বাইক-টেক্সি সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। চৰকাৰে ওলা, উবেৰ, ৰেপিডোৰ দৰে কোম্পানীক সকীয়াই দিছিল যে মটৰ গাড়ী আইন ১৯৮৮ অনুসৰি দুচকীয়া বাহন ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে বাইক-টেক্সি নিষিদ্ধ কৰা হৈছে।

এই গোচৰত প্ৰথমবাৰৰ বাবে আইন উলংঘা কৰিলে ৫ হাজাৰ টকা জৰিমনা আৰু দ্বিতীয়বাৰ উলংঘাৰ বাবে ১০ হাজাৰ টকা জৰিমনা আৰু এবছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব বুলি দিল্লী পৰিবহণ বিভাগে জানিবলৈ দিয়ে। লগতে ৩ মাহৰ বাবে ড্ৰাইভিং লাইচেন্স স্থগিত ৰখাৰ কথাও অৱগত কৰা হয়।

লগতে পঢ়ক: বেইজিং বিমানবন্দৰত মেছিক আটক কৰিলে চীনৰ আৰক্ষীয়ে! কিন্তু কিয়? চাওক ভিডিঅ’

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত উবেৰ আৰু ৰেপিডোৱে গোচৰ ৰুজু কৰে। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে, যেতিয়ালৈকে চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত নীতি নিৰ্ধাৰণ নকৰে, তেতিয়ালৈকে বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দিল্লীৰ আপ চৰকাৰে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছিল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত হাজিৰ হয় অতিৰিক্ত ছলিচিটৰ জেনেৰেল সঞ্জয় জৈনে।

তেওঁ জনায় যে বাইক-টেক্সি কোম্পানীসমূহৰ বাবে পৃথক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰাটো কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহৰ ওপৰত এৰি দিছে। উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতে দিল্লী চৰকাৰে বাইক টেক্সি কোম্পানীক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰি আছে। এনে পৰিস্থিতিত বাইক-টেক্সিৰ চলাচল বন্ধ কৰিব লাগে।

লগতে পঢ়ক: কি ঘটিছে বিশ্বত! ৰাছিয়া দিৱসত পুটিনক ‘পূৰ্ণ সমৰ্থন’ৰ প্ৰস্তাৱ কিম জঙৰ

এই সন্দৰ্ভত চৰকাৰী অধিসূচনাৰ ওপৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশৰ আদেশ অযুক্তিকৰ। সেয়েহে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd