• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিক্ত সম্পৰ্ক! এমাহৰ ভিতৰত শেষ ভাৰতীয় সাংবাদিকজনেও এৰিব লাগিব চীন; নিৰ্দেশ বেইজিঙৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2023 9:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সাংবাদিকসকলক দেশৰ পৰা দৰাচলতে বহিষ্কাৰ কৰিছে চীনে। বছৰৰ আৰম্ভণিতে দেশখনত কৰ্মৰত আছিল চাৰিগৰাকী ভাৰতীয় সাংবাদিক। কিন্তু চীন প্ৰশাসনে এজন এজনকৈ সকলোৰে ভিছা বাতিল কৰিছে। বাকী আছিল পিটিআইৰ এগৰাকী সাংবাদিক। এমাহৰ ভিতৰত তেওঁকো দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে যোৱা মাহত চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছিল যে তেওঁলোকৰ সাংবাদিকসকলে ভাৰতত স্বতন্ত্ৰভাৱে কাম কৰিব পৰা নাই।

লগতে পঢ়ক: বেইজিং বিমানবন্দৰত মেছিক আটক কৰিলে চীনৰ আৰক্ষীয়ে! কিন্তু কিয়? চাওক ভিডিঅ’

Apply Now

জানিব পৰা মতে, যোৱা এপ্ৰিল মাহত চীনত থকা প্ৰসাৰ ভাৰতী আৰু হিন্দু কাকতৰ দুগৰাকী সাংবাদিকৰ ভিছাৰ ম্যাদ উকলি গৈছিল। তাৰ পিছত তেওঁলোকৰ ভিছাৰ আবেদন নাকচ কৰা হয় । তাৰ কিছুদিন পিছত হিন্দুস্তান টাইমছৰ এগৰাকী সাংবাদিকৰ ক্ষেত্ৰতো একেই পৰিস্থিতিৰ সৃষ্টি হয়। তিনিগৰাকী সাংবাদিকে চীন এৰি দেশলৈ উভতি আহে।

ইয়াৰ পিছত ভাৰতীয় সংবাদ মাধ্যমৰ একমাত্ৰ প্ৰতিনিধি আছিল পিটিআইৰ সাংবাদিকগৰাকী। এমাহৰ ভিতৰত তেওঁকো চীন এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

যোৱা মাহত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে কৈছিল যে ভাৰতীয় সাংবাদিকসকলে তেওঁলোকৰ দেশত ভালদৰেই কাম কৰিব পাৰিছে। কিন্তু ভাৰতত চীনা সাংবাদিকৰ অৱস্থা শোচনীয়।

লগতে পঢ়ক: কি ঘটিছে বিশ্বত! ৰাছিয়া দিৱসত পুটিনক ‘পূৰ্ণ সমৰ্থন’ৰ প্ৰস্তাৱ কিম জঙৰ

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে দৰাচলতে চীনকে ধৰি সকলো বিদেশী সাংবাদিকে ভাৰতত স্বতন্ত্ৰভাৱে কাম কৰি আছে। কিন্তু চীনৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত। তাত ভাৰতীয় সাংবাদিক মুক্তভাৱে চলাচল কৰিব নোৱাৰে।

গালৱান সংঘৰ্ষৰ পিছত ভাৰত-চীনৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমান্বয়ে তিক্ত হৈ পৰিছে। বাতৰি মতে, দুই দেশৰ মাজত সাংবাদিকক লৈ সমস্যা কেইমাহমানৰ আগতেই আৰম্ভ হৈছিল। ভাৰতীয় সাংবাদিকসকলে চীনত নিজৰ বাবে সহায়ক নিয়োগ কৰাত বাধাৰ সন্মুখীন হয়। তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত মতানৈক্য আৰম্ভ হয়।

লগতে পঢ়ক: অচিনাকি ব্যক্তিৰ সৈতে কৰিছিল মদ্যপান; নিচাগ্ৰস্ত অৱস্থাত নিজৰ গাড়ীৰ পৰা তেওঁকে নমাই থৈ গাড়ী লৈ গুচি গ’ল ব্যক্তি

চীনে স্পষ্ট কৰি দিছিল যে চীনৰ বিষয়াসকলে যিসকল সাংবাদিকৰ নাম অনুমোদন কৰিব তেওঁলোককহে দেশখনত কাম কৰিবলৈ দিয়া হ’ব। সেইবাবেই ইজনৰ পিছত সিজন ভাৰতীয় সাংবাদিকে চীন এৰি ঘূৰি আহিবলগীয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

August 8, 2026 7:00 pm
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd