• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

UCC মূৰ্খামিৰ বাহিৰে একো নহয়, বিজেপিৰ উদ্দেশ্য হিন্দু ৰাষ্ট্ৰ গঠন! – অমৰ্ত্য সেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2023 5:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ এখন আইনক লৈ অস্থিৰ হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজনীতি। আইন আয়োগে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত ধৰ্মীয় সংগঠন আৰু ৰাইজৰ ৰায় ল’বলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। 

আনহাতে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি কংগ্ৰেছ, এছ পি, ডি এম কে আৰু টি এম চি-কে ধৰি অন্যান্য বিৰোধী দলসমূহে এই আইনখনৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে আৰ্মত্য সেনে ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত এক চাঞ্চল্যকৰ মন্তব্য কৰে।

Apply Now

অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মতে একেধৰণৰ নাগৰিক সংহিতাৰ সৈতে ‘হিন্দু ৰাষ্ট্ৰ সংযুক্ত’ আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত একেধৰণৰ নাগৰিক সংহিতাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ সন্দৰ্ভত আইন আয়োগে বিভিন্ন ধৰ্মীয় সংগঠন আৰু সাধাৰণ মানুহৰ মতামত বিচাৰিছে। 

বুধবাৰে শান্তিনিকেতনৰ প্ৰতীচি ট্ৰাষ্ট হাউচত অমৰ্ত্যই কয় যে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাটো আচলতে “এটা কঠিন কামক অতি ভিত্তিহীনভাৱে সৰল কৰাৰ প্ৰয়াস”। 

অৰ্থনীতিবিদজনে ক’লে, আজি এখন কাগজত দেখিলোঁ, ‘ইউচিচি আৰু পলম কৰিব নোৱাৰি!’ ক’ৰ পৰা আহিল এনেকুৱা মূৰ্খামী কথা! আমি হাজাৰ হাজাৰ বছৰ ধৰি ইউচিচি অবিহনে আছো আৰু থাকিব পাৰো। আমি মানি ল’ব লাগিব যে তেওঁলোকে যি ধৰণে দেশ চলাব বিচাৰে সেয়া ভুল।

লগতে তেওঁ ক’লে, হিন্দু ৰাষ্ট্ৰ ভাৰতৰ বাবে একমাত্ৰ আগুৱাই যোৱাৰ পথ নহয়। 

কেন্দ্ৰই সংসদৰ পৰৱৰ্তী অধিৱেশনত ইউনিফৰ্ম চিভিল কোড বিল উত্থাপন কৰিব বিচাৰিছে। দৰাচলতে বিগত কেইবাটাও লোকসভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো একেধৰণৰ নাগৰিক নিয়ম কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে সেই প্রতিশ্রুতি পূৰণ কৰিবলৈ বিজেপি বদ্ধপৰিকৰ৷ আনকি উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত জগদীপ ধনকাৰে কৈছে যে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাত এক মুহূৰ্তৰ পলম হ’ব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd