• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এসপ্তাহ নৌহওতেই ভাঙি পৰিল মোদীয়ে উদ্বোধন কৰা ‘বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ’ৰ ছাদ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 24, 2023 9:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প’ৰ্ট ব্লেয়াৰৰ বাবে এটা আন্তৰ্জাতিক বিমানবন্দৰ উদ্বোধন কৰে। এই বিমানবন্দৰ মুকলি হোৱাৰ এসপ্তাহো হোৱা নাই। তাৰ মাজতে ভাঙি পৰিল বিমানবন্দৰৰ ছাদ। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভাঙি পৰা ছাদৰ ভিডিঅ’ আৰু ছবি। যাৰ লগে লগে আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ইয়াকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিছে। প’ৰ্ট ব্লেয়াৰৰ ‘বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ’ৰ ভঙা ছাদৰ ভিডিঅ’ আৰু ছবি ৰিটুইট কৰি মোডীক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

লগতে পঢ়ক: হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী অসম নাগৰিক সমাজৰ

Apply Now

এটা টুইটত জয়ৰাম ৰমেশে লিখিছে, ‘আজিকালি প্ৰধানমন্ত্ৰীয়ে যিকোনো বস্তু উদ্বোধন কৰি দিব। ইয়াৰ কাম সম্পূৰ্ণ হওক বা নহওক, সেই আন্তঃগাঁথনি (ঘাইপথ, বিমানবন্দৰ, দলং)ৰ মানদণ্ড পৰ্যাপ্ত হওক বা নহওক, সেয়া তেওঁৰ বাবে কোনো কথা নহয়। আৰু নিজৰ দাম বৃদ্ধি কৰিবলৈ আগ্ৰহী মন্ত্ৰীসকলেও আনন্দৰে মোডীৰ কথা মানি চলে। সাধাৰণ কৰদাতাৰ ধনেৰে তৈয়াৰ কৰা হয়। সাধাৰণ মানুহে তাৰ মূল্য আদায় দিয়ে। নতুন ভাৰতৰ এই কি দুৰ্দশা।’

The Prime Minister will inaugurate anything these days — even if it’s unfinished or substandard infrastructure (highways, airports, bridges, trains, etc)

More than willing ministers anxious to boost their Sensex with him oblige.

It’s the taxpayers and citizens who pay the cost.… https://t.co/TGUg128dsz

— Jairam Ramesh (@Jairam_Ramesh) July 23, 2023

উল্লেখ্য যে যোৱা সপ্তাহত বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিছিল। যোৱা মঙলবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় গড়কাপ্তানি, পৰিবহণ আৰু ঘাইপথ তথা অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিংও উপস্থিত থাকে।

বিমানবন্দৰ চৌহদত উন্মোচন কৰা হয় ভিডি সাৱৰকাৰৰ প্ৰতিমূৰ্তি। আৰু টাৰ্মিনেলটো কস্তুৰীৰ দৰে আকৃতিৰ। এই নতুন টাৰ্মিনেলত বছৰি ৪০ লাখ যাত্ৰী   অহাযোৱা কৰিব পাৰিব। ইফালে টাৰ্মিনেলৰ ছাদ আৰু বেৰ এনেদৰে ডিজাইন কৰা হৈছে যে দিনটোৰ ১২ ঘণ্টা প্ৰাকৃতিক পোহৰে পোহৰাই থাকে। নতুন টাৰ্মিনেলটোত ‘পিক টাইম’ত এটা সময়ত ১২০০ যাত্ৰী সমাৱেশৰ ক্ষমতা আছে।

লগতে পঢ়ক: কোন এই স্বাতী? এতিয়া বহু কোটি টকাৰ কোম্পানীৰ মালিক; ৰতন টাটাও অনুৰাগী এই যুৱতীৰ

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই আনুমানিক ৭০৭.৮৩ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো ৰূপায়ণ কৰিছিল। কিন্তু উদ্বোধনৰ এসপ্তাহৰ ভিতৰতে নতুন টাৰ্মিনেলটোক লৈ বিতৰ্কৰ সৃষ্টি হয়। অভিযোগ অনুসৰি টাৰ্মিনেলৰ সন্মুখৰ ছাদখন ভাঙি পৰিছে। তাৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

ইয়াক লৈ বিৰোধীয়ে কেন্দ্ৰক আক্ৰমণ কৰাৰ সুযোগ হেৰুৱাব খোজা নাই। তেওঁলোকৰ অভিযোগ যে নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে উদ্বোধনী অনুষ্ঠানৰ তৎপৰতা বৃদ্ধি পাইছে। প্ৰকল্পৰ কাম শেষ কৰিবলৈ উঠিপৰি লাগিছে। মানুহৰ মন জয় কৰিবলৈ অসম্পূৰ্ণ অৱস্থাতে বহু কামৰ উদ্বোধন কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd