• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পূর্ণৰূপে বাতিল হ’ব দেশদ্ৰোহৰ অপৰাধৰ ব্যৱস্থা; লোকসভাত অমিত শ্বাহৰ ঘোষণা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 11, 2023 2:57 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপৰাধমূলক ন্যায় ব্যৱস্থাৰ সৱিশেষ ঘোষণা কৰি শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত কয় যে আই পি চি সন্দৰ্ভত নতুন বিধেয়কখনে দেশদ্ৰোহৰ অপৰাধ সম্পূৰ্ণৰূপে বাতিল কৰিব।

শুকুৰবাৰে শ্বাহে লোকসভাত ব্ৰিটিছ যুগৰ আইন ভাৰতীয় দণ্ডবিধি (ইণ্ডিয়ান পেনেল কোড), ফৌজদাৰী বিধি (কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ) আৰু ভাৰতীয় প্ৰমাণ আইন (ইণ্ডিয়ান এভিডেন্স এক্ট) সলনি কৰি তিনিখন নতুন বিধেয়ক উত্থাপন কৰে।

গণ প্ৰহাৰ (মব লিঞ্চিং) গোচৰত মৃত্যুদণ্ডৰ ব্যৱস্থাও কেন্দ্ৰই প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে বুলি শ্বাহে কয়।

Apply Now

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত ৰাজ্যসভাত ৰঞ্জন গগৈৰ ভাষণ প্ৰসংগ; কি ক’লে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে?

গৃহমন্ত্ৰী শ্বাহে কয়, “মই সদনক আশ্বাস দিব পাৰো যে এই বিধেয়কসমূহে আমাৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ ঘটাব। মই এই বিধেয়কসমূহ স্থায়ী সমিতিলৈ প্ৰেৰণ কৰিবলৈ ওলাইছো। ইয়াৰ দৰে কোনো জঘণ্য অপৰাধ নাই যদিও মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধক ৩০২ নম্বৰ স্থান দিয়া হৈছিল (প্ৰচলিত আইনত)। আমি এই পদ্ধতি সলনি কৰিছো আৰু এতিয়া প্ৰথম অধ্যায়ত থাকিব মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ।‘’

ভাৰতীয় ন্যায় সংহিতা, ২০২৩, ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা, ২০২৩, আৰু ভাৰতীয় সাক্ষ্য বিধেয়ক, ২০২৩ক অধিক পৰীক্ষাৰ বাবে সংসদীয় পেনেললৈ প্ৰেৰণ কৰা হ’ব বুলি শ্বাহে জানিবলৈ দিয়ে।

তেওঁ সংসদর নিম্ন সদনত কয়, “যি আইন বাতিল হ’ব… সেই আইনখনৰ কেন্দ্ৰবিন্দু আছিল ব্ৰিটিছ প্ৰশাসনক সুৰক্ষা আৰু শক্তিশালী কৰা, ধাৰণাটো আছিল শাস্তি দিয়া কিন্তু ন্যায় দিয়া নহয়। সেইবোৰৰ স্থানত নতুন তিনিখন আইনে ভাৰতীয় নাগৰিকৰ অধিকাৰ সুৰক্ষা প্ৰদানৰ স্থিতি আনিব।’

শ্বাহে লগতে কয় যে, “উদ্দেশ্য শাস্তি দিয়া নহয়, ন্যায় প্ৰদান কৰা হ’ব। অপৰাধ বন্ধ কৰাৰ আৱেগ সৃষ্টি কৰিবলৈ শাস্তি দিয়া হ’ব।”

লগতে পঢ়ক: সৰ্বসাধাৰণৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলা বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়াৰ আকস্মিক বিয়োগ

শ্বাহে কয় যে নতুন বিধেয়কখনৰ অধীনত দোষী সাব্যস্ত হোৱাৰ অনুপাত ৯০% ৰ ওপৰত লোৱাটোৱেই লক্ষ্য। তেওঁ কয় যে সেইবাবেই আমি এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা আনিছো যে যিবোৰ ধাৰাত ৭ বছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ ব্যৱস্থা আছে। সেইবোৰ সকলো গোচৰত ফৰেনছিক দলৰ অপৰাধস্থলীলৈ যোৱাটো বাধ্যতামূলক কৰা হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd