• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

Independence Day 2023 : কেইজনমান স্বাধীনতা সংগ্ৰামীৰ কেইটামান স্মৰণীয় বাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2023 8:00 am
Independence Day 2023 : কেইজনমান স্বাধীনতা সংগ্ৰামীৰ কেইটামান স্মৰণীয় বাণী
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১) চকুৰে নেদেখাজনক অন্ধ বুলি ক’ব নোৱাৰি। যি নিজৰ ভুলবোৰ দেখিও লুকুৱাই ৰাখে তেওঁহে প্ৰকৃততে অন্ধ। – মহাত্মা গান্ধী।

২)  বৃহৎ লক্ষ্যত উপনীত হ’বলৈ হ’লে সততা আৰু দক্ষতাৰ প্ৰয়োজন, ফলাফল তাৎক্ষণিক নহ’লেও শেষত আপুনি জয়ী হ’বই। – জৱাহৰলাল নেহৰু।

৩/ আমাৰ স্বাধীনতাৰ মূল্য নিজৰ তেজেৰে দিয়াটো আমাৰ কৰ্তব্য। আমাৰ ত্যাগ আৰু পৰিশ্ৰমৰ দ্বাৰা যি স্বাধীনতা আমি লাভ কৰিম, সেই স্বাধীনতাক আমি নিজৰ শক্তিৰে সংৰক্ষণ কৰিবলৈ সক্ষম হ’ম। –  সুভাষ চন্দ্ৰ বসু।

৪/ তেওঁলোকে মোক হত্যা কৰিব পাৰে, কিন্তু মোৰ আদৰ্শক হত্যা কৰিব নোৱাৰে। মোৰ শৰীৰটোক চেপি ধৰিব পাৰে, কিন্তু মোৰ আত্মাক চেপি ধৰিব নোৱাৰে – ভগৎ সিং।

৫/ আইনৰ পবিত্ৰতা তেতিয়ালৈকে বজাই ৰাখিব পাৰি যেতিয়ালৈকে ই জনসাধাৰণৰ ইচ্ছাৰ প্ৰকাশ হয়। – ভগৎ সিঙ।

৬) ইতিহাসৰ কোনো প্ৰকৃত পৰিৱৰ্তন কেতিয়াও আলোচনাৰ দ্বাৰা হোৱা নাই- নেতাজী সুভাষ চন্দ্ৰ বসু।

৭) ভাৰতৰ প্ৰতিজন নাগৰিকে মনত ৰাখিব লাগিব যে তেওঁ এজন ভাৰতীয় আৰু এই দেশত তেওঁৰ সকলো অধিকাৰ আছে, কিন্তু কিছুমান নিৰ্দিষ্ট কৰ্তব্যৰ সৈতে। – চৰ্দাৰ বল্লভভাই পেটেল।

৮) আমি স্বাধীনতাৰ বাবে যুঁজিছো। আমি আমাৰ জাতিৰ গৌৰৱৰ বাবে যুঁজিছো। আমি নাৰী হিচাপে আমাৰ অধিকাৰৰ বাবে যুঁজিছো। –  ৰাণী লক্ষ্মীবাই।

৯) আপোনাৰ সপোনবোৰ বাস্তৱায়িত হোৱাৰ আগতে আপুনি সপোন দেখিব লাগিব। – মৌলানা আবুল কালাম আজাদ।

১০) আমি এক মুহূৰ্তৰ বাবেও পাহৰিব নালাগে যে বুনিয়াদী শিক্ষা লাভ কৰাটো প্ৰতিজন ব্যক্তিৰ জন্মগত অধিকাৰ যাৰ অবিহনে তেওঁ নাগৰিক হিচাপে নিজৰ কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰে। – মৌলানা আবুল কালাম আজাদ।

লগতে পঢ়কঃ Independence Day 2023: জাতীয় পতাকাৰ প্ৰথম ৰূপ কেনেকুৱা আছিল? কেনেকৈ আহিল এই ৰূপ? জানি লওক ইতিহাস

লগতে পঢ়কঃ ব্ৰিটিছৰ টোপনি হৰণ কৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া কেইগৰাকীমান মহীয়সী নাৰী

লগতে পঢ়কঃ Independence Day 2023 : ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস সম্পৰ্কে কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

September 1, 2025 7:13 pm
এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

September 1, 2025 6:33 pm

ডিমা হাছাওৰ ডায়েটত ১০০% আসন সংৰক্ষণৰ দাবী ডিমাছা ছাত্ৰ সংগঠনৰ

September 1, 2025 6:28 pm
বুলেটৰ পৰা বেলটলৈ : বিটিআৰৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ ভূমাফিয়া ৰমেন মদাহীৰ

বুলেটৰ পৰা বেলটলৈ : বিটিআৰৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ ভূমাফিয়া ৰমেন মদাহীৰ

September 1, 2025 6:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

September 1, 2025 7:13 pm
এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

September 1, 2025 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd