• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ সকলো জাতীয় দল-সংগঠনে ৰাজেন গোহাঁইক সাংসদ পদৰ পৰা পদত্যাগৰ দাবী তুলিব লাগে : দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2018 3:33 pm
rajen
189
VIEWS
Share on FacebookShare on Twitter

‘অসম গণ পৰিষদকে ধৰি অসমৰ যিমানবোৰ জাতীয় সংগঠন আছে, সেই সকলো সংগঠনে একমুখে ৰাজেন গোহাঁইয়ে সাংসদ পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী কৰা উচিত’। আজি এক সংবাদ মেলযোগে এই দাবী উত্থাপন কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

উল্লেখযোগ্য যে কালি নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি চলি থকাৰ সময়তে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত হিন্দু নাগৰিকত্বৰ সপক্ষে মত পোষণ কৰিছিল। তাকে লৈ সম্প্ৰতি কংগ্ৰেছকে ধৰি ৰাজ্যৰ সকলো বিৰোধী দল-সংগঠনৰ নেতৃবৃন্দ জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে।

ৰাজেন গোঁহাইৰ এই মতৰ বিৰোধীতা কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে ৰাজেন গোহাঁয়ে সংবিধানবিৰোধী ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে। হিন্দু বাংলাদেশীসকলৰ ভোট লৈ বিজেপি দল বিজয়ী হোৱা বুলি ৰাজেন গোহাঁইয়ে কৰা মন্তব্যৰ অৰ্থ প্ৰকৃততে কি? ইয়াৰ অৰ্থ ভোটাৰ তালিকাত এতিয়াও বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি শইকীয়াই সদৰী কৰে।

আনহাতে নেহেৰুবালিৰ সভাতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ৰাজেন গোহাঁইয়ে ৰাজহুৱাভাৱে অপমান কৰা কাৰ্য্যত দলপতিগৰাকীয়ে দুখ প্ৰকাশ কৰাৰ লগতে ৰাজেই গোহাঁইক ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ বাবে তেওঁ দাবী জনায়।

তাৎপৰ্য্যপূৰ্ণ কথা এয়ে যে ৰাজেন গোহাঁইয়ে বিদেশীৰ ভোট লৈ মন্ত্ৰী হোৱা বুলি উল্লেখ কৰি শইকীয়াই কয় ‘সেই কথাৰ আলম লৈয়ে তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰা উচিত। গতিকে ৰাইজেও এই কথা দাবী কৰা উচিত।‘

আনহাতে সাংসদ সুস্মিতা দেৱে কৰা মন্তব্য সন্দৰ্ভত বিৰোধী দলপতিগৰাকী সম্পূৰ্ণ অজ্ঞাত বুলি উল্লেখ কৰি শইকীয়াই কয় যে ইতিমধ্যে তেওঁলোকে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিত অংশগ্ৰহণ কৰি তেওঁলোকৰ স্থিতি প্ৰকাশ কৰিছে।

বৰাকৰ সাংসদ সুস্মিতা দেৱৰ মন্তব্য সম্পূৰ্ণ ব্যক্তিগত বুলি শইকীয়াই কয় যে  এই মন্তব্য যে দলে গ্ৰহণ কৰিবই লাগিব তেনে কোনো কথা নাই।

 

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd