• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ সৃষ্টিকৰ্ম লৈ একমাত্ৰ ভাৰতীয় হিচাপে চীনৰ বিখ্যাত চিল্ক ৰ’ড আন্তঃৰাষ্ট্ৰীয় মেলালৈ অনুৰাধা কুলী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2018 6:29 pm
AnuradhaKuli

সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত অনুৰাধা কুলী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনত অনুষ্ঠিত হ’বলগীয়া চিল্ক ৰ’ড আন্তঃৰাষ্ট্ৰীয় মেলা (Silk Road International Exposition) ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসম কন্যা অনুৰাধা কুলীয়ে। মেলাখনত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণৰ সুবিধা পাইছে বিখ্যাত সাজ-পোচাক ডিজাইনাৰ অনুৰাধা কুলীয়ে।

চীনৰ জিয়াংৰ চাংচিত অহা ১১ মে’ৰ পৰা ১৫ মে’লৈ এই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মেলাখন অনুষ্ঠিত হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুৰাধা কুলীয়ে এক সংবাদযোগে এই কথা জানিবলৈ দিছে।

উল্লেখযোগ্য যে মেলাখনতত অনুৰাধা কুলীয়ে তেওঁৰ ডিজাইনসমূহ আৰু মেখেলা-চাদৰ, শাড়ীৰ ডিজাইনসমূহ প্ৰদৰ্শন কৰাৰ সুযোগ পাব।

আজিৰ সংবাদমেলত অনুৰাধা কুলীয়ে জনোৱা অনুসৰি এই মেলাখন সদৌ চীন মহিলা ফেডাৰেইশ্যন আৰু চাংচি প্ৰভিন্সিয়েল পীপলছ গভৰ্নমেণ্টৰ উদ্যোগত আয়োজন কৰা হৈছে। চীনা জাতীয় উন্নয়ন আৰু সংস্কাৰ আয়োগ (নেশ্যনেল ডেভেলপমেণ্ট এণ্ড ৰিফৰ্ম কমিশ্যন), চীনা চৰকাৰৰ বাণিজ্য বিভাগ, চীনা বৈদেশিক মন্ত্ৰ্যালয়, All China Fedaration Of Returned Overseas Chinese, The China Council For The Promotion of International Trade -এ আঁত ধৰিব বুলি আজিৰ সংবাদ মেলত অনুৰাধা কুলীয়ে জানিবলৈ দিয়ে।

তাৎপৰ্য্যপূৰ্ণ কথা যে চীনৰ চানজি মহিলা ফেডাৰেইশ্যনে ভাৰতৰ পৰা কেৱল অনুৰাধা কুলীক একমাত্ৰ মহিলা ডিজাইনাৰ হিচাপে নিজৰ কলা-কৌশল প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছে। অনুৰাধা কুলীয়ে জনায় যে অন্য ৰাষ্ট্ৰৰ পৰা অহা প্ৰতিনিধিসকল তথা অংশগ্ৰহণকাৰীসকলৰ সৈতে তেওঁ এক আলোচনাত মিলিত হ’ব।

তেওঁৰ হাতৰ যাদুত গঢ় লৈ উঠা সুন্দৰ নিদৰ্শনসমূহ প্ৰদৰ্শনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুতো সংগঠনৰ পৰা পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল বুলি অনুৰাধা কুলীয়ে জানিবলৈ দিছে।

কিন্তু চৰকাৰৰ ফালৰ পৰা অনুমতি লাভ নকৰাৰ বাবে যোৱাৰ সুযোগ লাভ নকৰিলে। কিন্তু এইবাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা চীনলৈ যোৱাৰ অনুমতি দিয়া বাবে তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জনায়।

আনহাতে নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন এণ্ড ডিজাইন কাউন্সিলৰ প্ৰতিষ্ঠাপক সভাপতি মেধা শইকীয়াই অনুৰাধাৰ নিদৰ্শনসমূহৰ শলাগ লোৱাৰ লগতে চীনত অসমীয়া বয়নশিল্পৰ নিদৰ্শন অতি সুন্দৰভাৱে দাঙি ধৰিব পাৰে তাৰ বাবে শুভকামনা জ্ঞাপন কৰে।

অনুৰাধাৰ নিজৰ ব্ৰেণ্ড নেচাৰেলি অনুৰাধাই বিশেষকৈ জনগোষ্ঠীয় সাজপাৰৰ ডিজাইনৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁৰ ডিজাইনসমূহ ইংলেণ্ড, চান ফ্ৰেন্সিচক’ আৰু মেক্সিকোৰ চাণ্টা ফেতো প্ৰদৰ্শিত হৈছে।

উল্লেখযোগ্য যে কংগ্ৰেছী নেত্ৰী ছোনিয়া গন্ধী, জয়া বচ্চন, বিদ্যা বালন আৰু কিৰণ খেৰেও তেওঁৰ দ্বাৰা ডিজাইন কৰা কাপোৰ পৰিধান কৰিছিল বুলি জানিবলৈ দিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd