• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাওবাদীৰ আই ই ডি বিস্ফোৰণত নিহত চিআৰপিএফৰ জোৱান, ১ জন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2023 5:39 pm
501
VIEWS
Share on FacebookShare on Twitter

কমা নাই মাওবাদীৰ সন্ত্ৰাস। এইবাৰ মাওবাদীৰ আই  ই ডি বিস্ফোৰণত মৃত্যুক আকোৱালি ল’লে চিআৰপিএফৰ এগৰাকী সেনা-জোৱানে।

বৃহস্পতিবাৰে নিশা ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত সংঘটিত হয় এই ঘটনা। ঝাৰখণ্ড জিলাৰ টুম্বাহাকা আৰু সৰজামবুৰু গাঁৱৰ মাজৰ জংঘল লেগুন এলেকাত চি আৰ পি এফৰ বিশেষ কোব্ৰা বেটেলিয়নৰ জোৱানসকলে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।  

বিস্ফোৰণত আহত দুজন হৈছিল  চি আৰ পি এফৰ কনিষ্টবল ৰাজেশ কুমাৰ আৰু পৰিদৰ্শক ভূপেন্দ্ৰ কুমাৰ। বিস্ফোৰণত আহত হোৱাৰ পিছত দুজনক বিমানযোগে চিকিৎসাৰ বাবে ৰাঁচীলৈ লৈ যোৱা হয়। তাতেই মৃত্যু হয় ৰাজেশ কুমাৰৰ। 

মৃত জোৱান ৰাজেশ কুমাৰৰ ঘৰ ছত্তীশগড়ত। ২০৯ নং কোব্ৰা বেটেলিয়নৰ সদস্য আছিল তেওঁ। আনহাতে আহত ভূপেন্দ্ৰ কুমাৰ এতিয়াও ৰাঁচীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 

শনিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে মৃত জোৱানগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ আই জি অমল ভি হোমকাৰে কয়, ‘এই ঘটনা বৃহস্পতিবাৰে নিশা প্ৰায় ১১-১২ বজাত সংঘটিত হয়। মাওবাদীয়ে কোব্ৰা বাহিনীক আক্ৰমণ কৰিবলৈ আই ই ডি বিস্ফোৰণ কৰিছিল।” 

এই ঘটনাৰ পিছত অঞ্চলটোত সেনা বাহিনীৰ নিয়োগ বৃদ্ধি কৰা হৈছে। সেই বনাঞ্চলত মাওবাদীৰ সন্ধানো অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

প্ৰসংগক্ৰমে, বিগত কেইমাহমানত মাওবাদী প্ৰভাৱিত অঞ্চলটোত কেইবাজনো লোকৰ মৃত্যু হৈছে। বিগত আগষ্টত মাওবাদীৰ সৈতে হোৱা যুঁজত ঝাৰখণ্ড জাগুয়াৰ বাহিনীৰ দুই জোৱান নিহত হৈছিল।  আনহাতে, ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ জংঘল অঞ্চলত ২০২৩ চনত ১৬টা এনকাউণ্টাৰত মুঠ ৯জন মাওবাদী নিহত হৈছিল। মাওবাদী কেন্দ্ৰীয় সমিতিৰ এজন সদস্যৰো মৃত্যু হৈছিল জুলাই মাহত।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd