• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কোনে কয় বয়সে বুঢ়া কৰে বুলি? ৭০ বছৰ বয়সত তৃতীয় বিবাহ কৰিলে কিংবদন্তি মল্লযুঁজাৰু হাল্ক হোগানে 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2023 8:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিংবদন্তি মল্লযুঁজাৰু হাল্ক হোগানে ৭০ বছৰ বয়সত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়।

WWE তাৰকাগৰাকীয়ে স্কাই ডেলী নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলাৰ সৈতে তৃতীয়বাৰৰ বাবে সংসাৰৰ পাতনি মেলিছে।

Apply Now

ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে ফ্ল’ৰিডাত এটা অতি নিস্তব্ধ গীৰ্জাত অনুষ্ঠিত হৈছিল এই বিবাহ অনুষ্ঠান। কেৱল হাল্ক আৰু স্কাইৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুসকলকহে নিমন্ত্ৰণ কৰা হৈছিল এই বিবাহ অনুষ্ঠানলৈ। অৱশ্যে হাল্ক হোগানৰ ৩৫ বছৰীয়া কন্যা ব্ৰুক বিয়াত উপস্থিত নাছিল। 

টেবলয়ড টিএমজেডে প্ৰকাশ কৰা ছবিত দেখা গৈছে যে হাল্ক হোগানে বিয়াত ক’লা টাক্সেডো আৰু মূৰত বেণ্ডানা পিন্ধিছিল। আৰু পত্নী ডেইলীয়ে পিন্ধিছিল বগা গ্লিটাৰী গাউন।

স্কাই ডেইলী পেছাত এগৰাকী যোগ প্ৰশিক্ষক আৰু একাউণ্টেণ্ট। চলিত বৰ্ষৰ জুলাই মাহত তেওঁলোকৰ এংগেজমেণ্ট হৈছিল।

ছয় কেৰেটৰ হীৰাৰ আঙঠি এটা লৈ ফ্ল’ৰিডাৰ এখন ৰেষ্টুৰেণ্টত হাল্কে স্কাইক প্ৰস্তাৱ দিছিল। সেই আঙঠিটোৰ দাম আছিল প্ৰায় ১ লাখ মাৰ্কিন ডলাৰ।

ইয়াৰ পিছত হাল্কে ডিলিট কৰা ইনষ্টাগ্ৰাম ষ্ট’ৰীত কয় যে তেওঁ বন্ধুৰ বিয়াত প্ৰেমিকা স্কাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল। ইয়াৰ উত্তৰত স্কাইয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰে।

প্ৰায় এবছৰ পূৰ্বে দ্বিতীয় পত্নী জেনিফাৰ মেকডেনিয়েলৰ লগত বিচ্ছেদ হৈছিল হাল্ক হোগানৰ। ইয়াৰ পিছত মল্লযুঁজাৰুগৰাকীয়ে স্কাই ডেইলীৰ লগত ডেটিং আৰম্ভ কৰে। ২০২২ চনৰ ২৬ ফেব্ৰুৱাৰীত আমেৰিকাৰ সংগীতজ্ঞ ব্ৰেট মাইকেলৰ কনচাৰ্টত এই প্ৰেমময় দম্পতীক প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছিল।

আনহাতে, হাল্কৰ দৰেই স্কাই ডেইলীৰো এয়া তৃতীয় বিবাহ। তেওঁৰ এগৰাকী কন্যা ন বছৰ আৰু দুজন ১৪ আৰু ১৬ বছৰৰ পুত্ৰ আছে।

হাল্ক হোগান মল্লযুঁজৰ জগতৰ এক সুপৰিচিত ব্যক্তি। তেওঁৰ প্ৰকৃত নাম টেৰী ব’লেয়া।

আশীৰ দশকৰ অন্যতম জনপ্ৰিয় মল্লযুঁজাৰু আছিল হাল্ক। বহুতে তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মল্লযুঁজাৰু বুলি গণ্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd