• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেলেষ্টাইন-ইজৰাইলৰ সংঘাত : কমেও ৪০ জন নিহত, আহত ৫০০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2023 7:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ অশান্ত হৈ পৰিছে ইজৰাইল আৰু পেলেষ্টাইন। যুদ্ধোন্মাদ হৈ পৰিছে দুই ৰাষ্ট্ৰ।

শনিবাৰে পুৱা হঠাতে পেলেষ্টাইনৰ হামাছ বাহিনীয়ে। শনিবাৰে পুৱা  মাত্ৰ ২০ মিনিটতে গাজা ষ্ট্ৰিপৰ পৰা দক্ষিণ ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰিছে হামাছ বাহিনীয়ে।  ইয়াৰ উপৰিও পেৰাগ্লাইডাৰ উৰুৱাই ইজৰাইলত অনুপ্ৰৱেশ কৰিছে হামাছ বাহিনীয়ে। 

Apply Now

ইয়াৰ পিছতেই ইজৰাইলে হামাছ বাহিনীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। 

খবৰ অনুসৰি দক্ষিণ ইজৰাইলত ব্যাপক সংঘৰ্ষ আৰম্ভ হৈছে।  আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সংঘাতত এতিয়ালৈকে ৪০ জন ইজৰাইল নাগৰিকৰ মৃত্যু হোৱাৰ লগতে কমেও ৫০০ লোক আহত হৈছে।

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “ইজৰাইলত বসবাস কৰা ভাৰতীয়সকলক সাৱধান হওক আৰু স্থানীয় প্ৰশাসনৰ নিৰ্দেশ অনুসৰি সুৰক্ষাৰ নিয়ম মানি চলক। অনুগ্ৰহ কৰি সজাগ হওক, অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক আৰু আশ্ৰয় শিবিৰৰ ওচৰত থাকক। জৰুৰীকালীন পৰিস্থিতিৰ উদ্ভৱ হ’লে ভাৰতীয় দূতাবাসৰ লগত যোগাযোগ কৰক”

ইজৰাইলৰ আৰক্ষীয়ে জনোৱা মতে, এই যুদ্ধ দীঘলীয়া হ’ব পাৰে। 

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ভিডিঅ’ বাৰ্তাযোগে কয় যে আমি যুদ্ধ ঘোষণা কৰিছোঁ  আৰু আমি নিশ্চিতভাবে জয়ী হ’ম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd