• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্যপ্ৰদেশৰ ১৮৬ গৰাকী বিধায়ক কোটিপতি, অধিকাংশই বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2023 6:30 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশ বিধানসভাত বৰ্তমানৰ ২৩০ জন বিধায়কৰ ভিতৰত ১৮৬ জনেই কোটিপতি। ইয়াৰে শাসকীয় বিজেপিৰ কোটিপতি বিধায়কৰ সংখ্যা ১০৭ জন। এই তথ্য এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ শেহতীয়া এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে।

প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশ বিধানসভাৰ ৬২ গৰাকী বিধায়ক বা ৩৩ শতাংশ বিধায়কে তেওঁলোকৰ শিক্ষাগত অৰ্হতা পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশৰ ভিতৰত বুলি প্ৰকাশ কৰিছে। 

১৫৮ জন বিধায়কে স্নাতক আৰু স্নাতকোত্তৰ বুলি প্ৰকাশ কৰিছে। লগতে ৫ জন বিধায়কে সাক্ষৰ বুলি আৰু ১ জন বিধায়কে সম্পূৰ্ণ নিৰক্ষৰ সদৰী কৰিছে।

সমীক্ষা প্ৰতিবেদন অনুসৰি ২৩০ জন বিধায়কৰ ভিতৰত ১৮৬ জনেই  কোটিপতি। এই কোটিপতি বিধায়কসকলৰ তালিকাত শীৰ্ষত আছে বিজেপি। শাসকীয় বিজেপিৰ ১২৯ জন বিধায়কৰ ভিতৰত কোটিপতি বিধায়কৰ সংখ্যা ১০৭ গৰাকী।

বিজেপিৰ উপৰিও কংগ্ৰেছৰ ৯৭ জন বিধায়কৰ ভিতৰত ৭৬ জনেই কোটিপতি। লগতে ৩ জন নিৰ্দলীয় বিধায়কে নিজৰ সম্পত্তি ১ কোটিৰো অধিক বুলি ঘোষণা কৰিছে।

প্ৰতিবেদনটোত কোৱা হৈছে যে মধ্যপ্ৰদেশৰ বিধানসভাৰ বিধায়কৰ গড় ধন ১০.৭৬ কোটি টকা।

সমীক্ষাটোত ১২৯ গৰাকী বিজেপি বিধায়কৰ গড় সম্পদ ৯.৮৯ কোটি টকা বুলিও প্ৰকাশ পাইছে। ৯৭ গৰাকী কংগ্ৰেছ বিধায়কৰ গড় সম্পদ ১১.৯৮ কোটি টকা। ইয়াৰ উপৰিও ১ জন বিএছপি বিধায়কৰ গড় সম্পত্তি ৯৬.৬৫ লাখ টকা আৰু ৩ জন নিৰ্দলীয় বিধায়কৰ গড় সম্পত্তি ১১.৯৮ কোটি টকা।

বিজয়ৰগড়ৰ বিজেপি বিধায়ক সত্যেন্দ্ৰ পাঠক আটাইতকৈ ধনী। তেওঁৰ ঘোষিত সম্পত্তিৰ পৰিমাণ ২২৬.১৭ কোটি টকা। ৰাটলাম চহৰৰ বিধায়ক চৈতন্য কাশ্যপৰ ঘোষিত ধন ২০৪.৬ কোটি টকা। আনহাতে, পাণ্ডানা সমষ্টিৰ বিজেপি বিধায়ক ৰাম ডাংগোৰৰ সম্পত্তি মাত্ৰ ৫০,৭৪৯ টকা।

মধ্যপ্ৰদেশ বিধানসভাৰ বৰ্তমানৰ বিধায়কৰ ৯৬ গৰাকী বিধায়কৰ বয়স ২৫ ৰ পৰা ৫০ বছৰৰ ভিতৰত। ১৩৪ জন বিধায়কৰ বয়স ৫১ৰ পৰা ৮০ বছৰৰ ভিতৰত।

মধ্যপ্ৰদেশৰ ২৩০ গৰাকী বিধায়কৰ ভিতৰত মহিলা বিধায়কৰ সংখ্যা মাত্ৰ ৯ গৰাকী।

উল্লেখ্য যে,  অহা ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব পৰৱৰ্তী মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন আৰু ৩ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।

Recent News

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd