• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২ ডিচেম্বৰৰ পৰা ডিমা হাচাওত ২৪ ঘন্টীয়া ৰে’ল অৱৰোধ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 9, 2017 4:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰে’ল যাত্ৰীসকলে, বিশেষকৈ বৰাক উপত্যকালৈ সঘনে অহা যোৱা কৰা যাত্ৰীসকলে অহা সপ্তাহত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব কিয়নো অহা ১২ ডিচেম্বৰৰ পৰা ডিমা হাচাও জিলাত ২৪ ঘন্টীয়া ৰে’ল অৱৰোধ কাৰ্যসূচী পালন কৰা হ’ব।

ডিমা হাচাওৰ অন্তৰ্গত সংগঠনসমূহৰ সমন্বয় সমিতিয়ে ১২ ডিচেম্বৰৰ ৰাতিপুৱা ৫ বজাৰ পৰা ডিমা হাচাও জিলাৰ হাফলং আৰু মাইবঙত ২৪ ঘন্টীয়া ৰে’ল পথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে।

Apply Now

প্ৰস্তাৱিত নাগালিমত জিলাখনৰ অংশ অন্তৰ্ভুক্তি আৰু জিলাখনৰ ভিতৰৰ নগা বসতি প্ৰধান অঞ্চল সাঙুৰি উপগ্ৰহীয় পৰিষদ গঠন কৰাৰ প্ৰতিবাদত তেওঁলোকে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

সমন্বয় সমিতিৰ সভাপতি কল্যাণ দৌলাগুপুৱে শুকুৰবাৰে জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক সাক্ষাৎ কৰি এই প্ৰসংগত এখন পত্ৰ প্ৰদান কৰে।

উপায়ুক্ত দেবজিৎ হাজৰিকাই অৱৰোধৰ সময়ছোৱাত শান্তি বজাই ৰখাৰ আহ্বান জনায়। আনহাতে আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰস্তাৱিত ৰে’ল অৱৰোধ কাৰ্যসূচী সম্পৰ্কত আপত্তি দৰ্শাই সমন্বয় সমিতিৰ সদস্যসকলক ৰাজধানী এক্সপ্ৰেছেৰ দিল্লীলৈ গৈ তাত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পৰামৰ্শ দিয়ে।

সমন্বয় সমিতিৰ এটা প্ৰতিনিধি দলে যোৱা বুধবাৰে দিছপুৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু নাগালিমৰ বিষয়টো লৈ তেওঁৰ সৈতে আলোচনা কৰিছিল। প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল।

বৃহত্তৰ নাগালিমৰ প্ৰসংগ লৈ জিলাখনত উত্তেজনা বিৰাজ কৰি আছে। আনকি এন এছ চি এনৰ সদস্যই জিলাখনৰ মাইবং মহকুমাৰ বংখাৰ, সোনাপুৰ,প্ৰছাডেমিক, খেপেৰ আদি সীমান্ত অঞ্চলত ঘুৰি ফুৰা দেখা গৈছে।

এন ই নাও ৰ আগত সমন্বয় সমিতিৰ সভাপতি কল্যাণ দৌলাগুপুই কয়,’’ আমি নাগালিমৰ বিৰোধিতা কৰা নাই কিন্তু একেসময়ে প্ৰস্তাৱিত নাগালিমত আমাৰ জিলাৰ এক ইঞ্চিও মাটি অন্তৰ্ভুক্ত হ’বলৈ নিদিও।‘’

ইয়াৰ মাজতে সমন্বয় সমিতিয়ে আহ্বান কৰা ২৪ ঘন্টীয়া ৰে’ল অৱৰোধ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd