• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

নাবালক ছাত্ৰৰ সৈতে যৌন সম্পৰ্কৰ অভিযোগ: গ্ৰেপ্তাৰ প্ৰাক্তন শিক্ষয়িত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 5:15 pm
School Teacher Arrested For Allegedly Having Sex
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঠ বছৰ পূৰ্বে অষ্টম শ্ৰেণীৰ এটি ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী। আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এই ঘটনা। নাবালক ছাত্ৰৰ সৈতে যৌন সম্পৰ্কৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে মেলিছা মেৰী কাৰ্টিছ নামৰ শিক্ষয়িত্ৰী এগৰাকী।

স্থানীয় মণ্টগোমাৰী কাউন্টি আৰক্ষী বিভাগৰ মতে, বৰ্তমান ৩১ বছৰীয়া কাৰ্টিছে ২০১৫ চনত মণ্টগোমাৰী ভিলেজ মিডল স্কুলত শিক্ষয়িত্ৰী হৈ থকাৰ সময়ত ১৪ বছৰীয়া এটি ছাত্ৰৰ সৈতে যৌন কাৰ্যত লিপ্ত হৈছিল।

Apply Now

সেই সময়ত অভিযুক্ত কাৰ্টিছৰ বয়স আছিল ২২ বছৰ। কাৰ্টিছে যৌন সম্পৰ্ক গঢ়া তেতিয়াৰ নাবালক তথা বৰ্তমান প্ৰাপ্তবয়স্ক যুৱকগৰাকীয়ে নিৰ্যাতনৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চপাৰ পিছতে তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে।

২০১৫ চনৰ জানুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত মণ্টগোমাৰী কাউন্টিৰ ভিতৰত, কাৰ্টিছৰ বাহনত আৰু অঞ্চলটোৰ কেইবাটাও বাসগৃহত কাৰ্টিছে তেওঁক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে যুৱকজনে।

তদুপৰি তেতিয়াৰ অষ্টম শ্ৰেণীৰ ছাত্ৰজনক সুৰা আৰু মাৰিজুৱানা নামৰ নিচাযুক্ত দ্ৰব্য খুৱাই ২০ বাৰতকৈও অধিকবাৰ কাৰ্টিছে তেওঁৰ সৈতে যৌন সম্পৰ্ক গঢ়া বুলিও অভিযোগ তুলিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

অভিযুক্ত কাৰ্টিছে প্ৰায় দুবছৰ ধৰি শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল আৰু লেকলেণ্ডছ পাৰ্ক মিডল স্কুলতো শিক্ষকতা কৰিছিল। ৩১ অক্টোবৰত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছিল।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি কাৰ্টিছৰ বিৰুদ্ধে নাবালকক যৌন নিৰ্যাতনৰ লগতে তৃতীয় আৰু চতুৰ্থ ডিগ্ৰীৰ যৌন অপৰাধৰ একাধিক অভিযোগ উত্থাপন কৰা হৈছে।

অৰ্থাৎ তেওঁৰ দ্বাৰা আন কেইবাজনো ছাত্ৰ নিৰ্যাতিত হ’ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। এই অভিযোগৰ মাজতে মঙলবাৰে কাৰ্টিছে আত্মসমৰ্পণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd