• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৩৯.৩ মিলিয়ন মাৰ্কিন ডলাৰত নিলাম হ’ল  পিকাছোৰ ‘উইমেন ইউথ এ ৱাচ’

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
November 9, 2023 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিলেখসংখ্যক মূল্যত নিলাম হৈছে পাবলো পিকাছোৰ ‘উইমেন ইউথ এ ৱাচ’ নামৰ পেইণ্টিঙখন।

নিউয়ৰ্কৰ ছ’থেবিজত ১৩৯.৩ মিলিয়ন ডলাৰত উক্ত বিখ্যাত পেইণ্টিঙখন নিলাম হৈছে বুলি প্ৰকাশ কৰিছে এএফপিয়ে। নিলামৰ পূৰ্বে ছ’থেবিজে এই শিল্পকৰ্মৰ মূল্য ১২০ মিলিয়ন ডলাৰৰ ওপৰত বুলি অনুমান কৰিছিল।

Apply Now

সংবাদ সংস্থাটোৰ মতে, স্পেইনৰ বিখ্যাত শিল্পীগৰাকীৰ এই পেইণ্টিঙখন হৈছে এতিয়ালৈকে নিলামত দ্বিতীয় সৰ্বাধিক দৰ উঠা পেইণ্টিং।

স্মৰ্তব্য, ১৯৩২ চনত অংকিত এই পেইণ্টিঙখনত পিকাছোৰ অন্যতম মিউজ আৰু সংগী ফৰাচী চিত্ৰশিল্পী মেৰী-থেৰেছা ৱালটাৰক চিত্ৰিত কৰা হৈছে।

উল্লেখ্য, পিকাছোৰ এই বিখ্যাত পেইণ্টিঙখন নিউয়ৰ্কৰ এগৰাকী বিশিষ্ট শিল্প পৃষ্ঠপোষক এমিলি ফিচাৰ লেণ্ডাউৰ সংগ্ৰহত আছিল। চলিত বৰ্ষ।ৰ আৰম্ভণিতে ১০২ বছৰ বয়সত তেওঁৰ মৃত্যু হোৱাৰ পাছত ছ’থেবিছে পিকাছোৰ এই বিখ্যাত পেইণ্টিঙখন নিলাম কৰিছিল।

পিকাছোৱেৰ ‘গ’ল্ডেন মিউজ’ বুলি কোৱা মেৰী-থেৰেছ ৱালটাৰ পিকাছোৰ এখন পেইণ্টিং ‘স্লিপিং উইমেনো’ নিলাম কৰা হ’ব। এই পেইণ্টিঙখন ২৫ৰ পৰা ৩৫ মিলিয়ন ডলাৰৰ ভিতৰত নিলাম হোৱাৰ সম্ভাৱনা আছে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd