• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাগ্যোদয়! নিশাৰ ভিতৰতে ধনাঢ্য হ’ল মাছমৰীয়া

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 10, 2023 7:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ কৰাচী চহৰৰ এজন মাছমৰীয়া। বছৰজোৰা কষ্টৰে পৰিয়াল পোহপাল দিছিল মাছমৰীয়াগৰাকীয়ে। পিছে এদিনৰ ভিতৰতে তেওঁৰ ভাগ্যই পোহৰ কৰি দিলে তেওঁৰ ভৱিষ্যত। নিশাৰ ভিতৰতে তেওঁ হৈ পৰিল ধনৱান।

ঔষধি গুণসমৃদ্ধ এক বিৰল মাছ নিলাম কৰি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰে মাছমৰীয়াজন। নাম তেওঁৰ হাজী বালোচ। কৰাচীৰ ইব্ৰাহিম হাইদেৰী নামৰ এখন পিছপৰা মাছমৰীয়া গাঁৱত বাস কৰে বালোচে।

Apply Now

বালোচ আৰু তেওঁৰ সহকৰ্মী শ্ৰমিকসকলে সোমবাৰে আৰব সাগৰৰ পৰা স্থানীয় উপভাষাত সোণালী মাছ বা “সোৱা” নামেৰে জনাজাত মাছটো ধৰিছিল।

শুকুৰবাৰে পুৱা কৰাচী বন্দৰত মাছমৰীয়াসকলে এই মাছটো নিলাম কৰে আৰু নিলামৰ সময়ত মাছটো প্ৰায় ৭ কোটি টকাত বিক্ৰী হয়।

উল্লেখ্য যে, সোৱা মাছক অমূল্য আৰু বিৰল বুলি গণ্য কৰা হয়। এই মাছটোৰ পেটৰ পৰা ওলোৱা পদাৰ্থক ৰোগ নিৰাময়ক আৰু অত্যন্ত ঔষধি গুণসমৃদ্ধ বুলি কোৱা হয়।

প্ৰায়ে ২০ৰ পৰা ৪০ কিলোগ্ৰাম ওজন আৰু ১.৫ মিটাৰ পৰ্যন্ত বৃদ্ধি হ’ব পৰা এই মাছবিধৰ পূব এছিয়াৰ দেশসমূহত যথেষ্ট সমাদৰ আছে।

মাছটো নিলাম কৰি লাভ কৰা ধনৰাশি তেওঁৰ সাতজনীয়া সহকৰ্মীৰ দলটোৰ সৈতে ভাগ কৰিব বুলি জানিবলৈ দিয়ে বালোচে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd