• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিয়ান ছুপাৰ লীগ! আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখামুখি হ’ব মোহন বাগান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2023 1:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান ছুপাৰ লীগত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগানে এইবাৰো টুৰ্ণামেন্টখনত চেম্পিয়নৰ দৰে খেলিছে। প্ৰথম পাঁচখন মেচত জয়লাভ কৰে যদিও একেৰাহে ছয়খনত জয় সাৱ্যস্ত কৰিব পৰা নাই। কেৱল সেয়াই নহয়, এ এফ চি কাপ আৰু আই এছ এলত মিলি যোৱা পাঁচখন মেচৰ ভিতৰত মাত্ৰ ১খনতহে জয়লাভ কৰিছে।

 এ এফ চি কাপত ওড়িশা এফ চিৰ হাতত পৰাস্ত হোৱাৰ পাছত মোহন বাগান বাহিৰ হোৱাৰ কথা নিশ্চিত হয়। ইণ্ডিয়ান ছুপাৰ লীগতো শেষৰখন মেচত ওড়িশা এফ চিৰ ওচৰত থমকি ৰৈছে। এইবাৰ ঘৰৰ বাহিৰত মোহন বাগানৰ সন্মুখত নৰ্থ ইষ্ট ইউনাইটেড এফ চি।

লগতে পঢ়কঃ ধোনীলৈ সন্মান: এতিয়াৰ পৰা ২২ গজৰ ‘মেন ইন ব্লু’ত উপলব্ধ নহ’ব ৭ নম্বৰ জাৰ্চি

Apply Now

ওড়িশাৰ হাতত পৰাস্ত হোৱাৰ মুখত পৰিছিল মোহন বাগান। অৱশ্যে শেষ মুহূৰ্তত আৰ্মাণ্ডো ছাডিকুৱে এই পৰাজয় ৰক্ষা কৰে। কিন্তু খেলখনৰ শেষত প্ৰশিক্ষক জুয়ান ফেৰাণ্ডোৱে দলৰ প্ৰাক্তন ফুটবলাৰ ৰয় কৃষ্ণৰ সৈতে সংঘাতত লিপ্ত হৈ পৰে। সেই বিবাদৰ বাবেই মোহন বাগানৰ প্ৰশিক্ষক জুয়ান ফেৰাণ্ডোক ৰঙা কাৰ্ড দেখুওৱা হৈছিল। নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে বেঞ্চত তেওঁক দেখা পোৱা নাযাব। আজি ফাৰ্নাণ্ডোৰ সহায়ক ক্লিফৰ্ড মিৰাণ্ডা মেচখনত মোহন বাগানৰ প্ৰশিক্ষক।

গোটেই ছিজনটো অস্বস্তিকৰ হৈ পৰিছে মোহন বাগান শিবিৰ। আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে কেইবাগৰাকীও ফুটবলাৰ। সেই তালিকাত দিমিট্ৰি পেট্ৰাটছৰ নামো যোগ হৈছিল। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলখনৰ বাবে উভতি আহিছে পেট্ৰাটছ। যোৱা কেইখনমান মেচত মোহন বাগানে যিদৰে গ’ল দিয়াৰ সুযোগ হেৰুৱাইছে, পেট্ৰ’টছৰ উভতি অহাটো দলৰ বাবে এটা ডাঙৰ সকাহ।

লগতে পঢ়কঃ বিধ্বংসী ৰূপত সূৰ্যৰ শতক আৰু কুলদীপৰ ঘূৰ্ণীত দিশহাৰা প্ৰোটিয়াছ; ড্ৰ’ৰে সামৰণি টী-২০ শৃংখলাৰ

দলটোত আছে জেছন কামিংছৰ দৰে বিশ্বকাপৰ খেলুৱৈ। তেওঁৱো ধাৰাবাহিকভাৱে প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে। সেইটোও মোহন বাগানৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে। অৱশ্যে দলৰ সহকাৰী প্ৰশিক্ষক ক্লিফৰ্ড মিৰাণ্ডাৰ মতে কামিংছে ভালেই খেলি আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd