• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ পথ দুৰ্ঘটনা! ড্ৰাম্পাৰৰ সৈতে বাছৰ সংঘৰ্ষত জ্বলি উঠিল বাছ; ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৩ জন যাত্ৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 28, 2023 9:24 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4k
VIEWS
Share on FacebookShare on Twitter

“বচাওক, বচাওক”, দূৰৰ পৰাই ভাহি আহিছিল আৰ্ত চিঞৰ। পথচাৰী, গাড়ীবোৰে সেই চিঞৰটো শুনিছিল যদিও তেওঁলোকৰ মৌন দৰ্শক হোৱাৰ বাহিৰে একো কৰিব পৰা নাছিল। তেওঁলোকৰ চকুৰ সন্মুখতে জুইত জাহ গ’ল গোটেই বাছখন। ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে ১৩ জন যাত্ৰীয়ে। আন বহু লোক গুৰুতৰভাৱে আহত হয়।

বুধবাৰে নিশা এখন যাত্ৰীবাহী বাছে ডাম্পাৰত খুন্দা মাৰে। সংঘৰ্ষৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। দুই এজন যাত্ৰী বাছৰ পৰা নামিবলৈ সক্ষম হয় যদিও ১৩ জন যাত্ৰী বাচিব নোৱাৰিলে। বাছখনৰ ভিতৰতে জীৱন্তে জ্বলি মৃত্যুমুখত পৰে যাত্ৰীকেইজন।

মধ্যপ্ৰদেশৰ গুনা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বুধবাৰে নিশা গুনা-আৰণ পথত এখন ব্যক্তিগত বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ঘটে। সংঘৰ্ষটো ইমানেই জোৰেৰে সংঘ টিত হয় যে বাছখনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰে।

লগতে পঢ়কঃ ‘MPhil স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী নহয়’, বহু বিশ্ববিদ্যালয়ত কোৰ্চ অফাৰৰ মাজতে স্পষ্ট কৰি দিলে UGCয়ে

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা আহত যাত্ৰী সকলে নামি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়। ভিতৰত আবদ্ধ হৈ মৃত্যু হয় কমেও ১৩জন লোকৰ।

আৰক্ষীৰ তথ্য অনুসৰি, বাছখনৰ পৰা ১৭ জন আহত যাত্ৰীক উদ্ধাৰ কৰা হয়। তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে ১৩ জন যাত্ৰীৰ জ্বলি যোৱা মৃতদেহ। মৃতদেহবোৰ ইমানেই জ্বলি ছাই হৈ পৰিছে যে চিনাক্তকৰণ সম্ভৱ হোৱা নাই। ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব মৃতদেহকেইটা।

এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে ঘন কুঁৱলীৰ বাবে ডাম্পাৰখনে বিপৰীত দিশৰ পৰা অহা বাছখন দেখা নাপালে। ইয়াৰ বাবেই মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়।

লগতে পঢ়কঃ মুখত বিষ ঢালি দিয়াৰ দৰে যন্ত্ৰণা! এইটো বস্তু কেতিয়াও সহ্য নকৰিব; কৈছে চাণক্যই

ইপিনে, দুৰ্ঘটনাৰ খবৰ পাই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে। লগতে মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলৰ পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। 

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd