• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! ড্ৰাম্পাৰৰ সৈতে বাছৰ সংঘৰ্ষত জ্বলি উঠিল বাছ; ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৩ জন যাত্ৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 28, 2023 9:24 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বচাওক, বচাওক”, দূৰৰ পৰাই ভাহি আহিছিল আৰ্ত চিঞৰ। পথচাৰী, গাড়ীবোৰে সেই চিঞৰটো শুনিছিল যদিও তেওঁলোকৰ মৌন দৰ্শক হোৱাৰ বাহিৰে একো কৰিব পৰা নাছিল। তেওঁলোকৰ চকুৰ সন্মুখতে জুইত জাহ গ’ল গোটেই বাছখন। ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে ১৩ জন যাত্ৰীয়ে। আন বহু লোক গুৰুতৰভাৱে আহত হয়।

বুধবাৰে নিশা এখন যাত্ৰীবাহী বাছে ডাম্পাৰত খুন্দা মাৰে। সংঘৰ্ষৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। দুই এজন যাত্ৰী বাছৰ পৰা নামিবলৈ সক্ষম হয় যদিও ১৩ জন যাত্ৰী বাচিব নোৱাৰিলে। বাছখনৰ ভিতৰতে জীৱন্তে জ্বলি মৃত্যুমুখত পৰে যাত্ৰীকেইজন।

মধ্যপ্ৰদেশৰ গুনা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বুধবাৰে নিশা গুনা-আৰণ পথত এখন ব্যক্তিগত বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ঘটে। সংঘৰ্ষটো ইমানেই জোৰেৰে সংঘ টিত হয় যে বাছখনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰে।

Apply Now

লগতে পঢ়কঃ ‘MPhil স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী নহয়’, বহু বিশ্ববিদ্যালয়ত কোৰ্চ অফাৰৰ মাজতে স্পষ্ট কৰি দিলে UGCয়ে

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা আহত যাত্ৰী সকলে নামি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়। ভিতৰত আবদ্ধ হৈ মৃত্যু হয় কমেও ১৩জন লোকৰ।

আৰক্ষীৰ তথ্য অনুসৰি, বাছখনৰ পৰা ১৭ জন আহত যাত্ৰীক উদ্ধাৰ কৰা হয়। তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে ১৩ জন যাত্ৰীৰ জ্বলি যোৱা মৃতদেহ। মৃতদেহবোৰ ইমানেই জ্বলি ছাই হৈ পৰিছে যে চিনাক্তকৰণ সম্ভৱ হোৱা নাই। ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব মৃতদেহকেইটা।

এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে ঘন কুঁৱলীৰ বাবে ডাম্পাৰখনে বিপৰীত দিশৰ পৰা অহা বাছখন দেখা নাপালে। ইয়াৰ বাবেই মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়।

লগতে পঢ়কঃ মুখত বিষ ঢালি দিয়াৰ দৰে যন্ত্ৰণা! এইটো বস্তু কেতিয়াও সহ্য নকৰিব; কৈছে চাণক্যই

ইপিনে, দুৰ্ঘটনাৰ খবৰ পাই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে। লগতে মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলৰ পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd