• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিহৰণকাৰী ঘটনা! নিজৰ ৪ বছৰীয়া পুত্ৰক লগত লৈ গোৱালৈ অহা মহিলা চিইঅ’ই বেগত লৈ উভতিল…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 11:19 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩৯ বছৰ বয়সত সুচানা শেঠ এটা ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া হৈ পৰিছিল। তেওঁৰ ঘৰ বাংগালুৰুত। চাৰি বছৰীয়া ল’ৰাটোক লগত লৈ কিবা কামৰ বাবে গোৱালৈ আহি তেওঁ এপাৰ্টমেণ্ট এটাত ৰয়। কিন্তু তেওঁ পুনৰ যেতিয়া টেক্সিৰে তাৰ পৰা ওলাই যায় তাৰ কেইঘণ্টামানৰ ভিতৰতে যিটো ঘটনা পোহৰলৈ আহিলে সেই কথাই আৰক্ষীৰো চকু কপালত তুলিলে।

দৰাচলতে তেওঁ লগত লৈ অহা সন্তানটো যোৱাৰ সময়ত তেওঁৰ লগত দেখা পোৱা নগ’ল। উভতি যোৱাৰ সময়ত তেওঁৰ লগত বেগ এটা নিশ্চয় আছিল। হয়, এইগৰাকী মহিলা চিইঅ’ৰ বিৰুদ্ধে নিজৰ চাৰি বছৰীয়া সন্তানক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

গোৱাৰ এপাৰ্টমেণ্টৰ পৰা ওলাই অহাৰ পিছত তেওঁক ধৰাটো সহজ নাছিল। কিন্তু চাফাই কৰ্মীৰ সতৰ্কতা, আৰক্ষীৰ তৎপৰতা আৰু সাহসী টেক্সি চালকৰ বাবেই তেওঁ ধৰা পৰে। তেওঁক বৰ্তমান ট্ৰেনজিট ৰিমাণ্ডত গোৱালৈ অনা হৈছে।

Apply Now

লগতে পঢ়কঃ চৰকাৰ গঠনৰ এমাহৰ ভিতৰতে ৰাজস্থানৰ উপ-নিৰ্বাচনত বিজেপিৰ মুখথেকেচা; জিকিল কংগ্ৰেছ, হাৰিল মন্ত্ৰী

এই অপৰাধে পানাজীৰ পৰা কৰ্ণাটকলৈকে মানুহক জোকাৰি গৈছে। উত্তৰ গোৱাৰ কেণ্ডোলিমৰ এটা এপাৰ্টমেণ্টত তেওঁ আছিল। সোমবাৰে পুৱা সুচানা শেঠে এপাৰ্টমেণ্টৰ পৰা চেক আউট কৰে। চাফাই কৰ্মী আহি পোৱাত এজন সদস্যই তাত তেজৰ দাগ দেখিলে। লগে লগে গোৱা আৰক্ষীক খবৰ দিয়া হয়।

গোৱাৰ কলংগাট আৰক্ষী থানাৰ পৰিদৰ্শক পৰেশ নাইকে ‘টাইমছ অৱ ইণ্ডিয়া’ক জনাইছে যে কেণ্ডোলিম হোটেলৰ ৪০৪ নম্বৰ কোঠাত চেক ইন কৰাৰ সময়ত সুচানাই বাংগালুৰুৰ ঠিকনা দিছিল।

হোটেলৰ কৰ্মচাৰীয়ে আৰক্ষীক জনোৱা মতে, যেতিয়া সুচানাই বেংগালুৰুলৈ উভতি যাবলৈ টেক্সিৰ বাবে অপেক্ষা কৰি আছিল, তেতিয়া তেওঁক পৰামৰ্শ দিয়া হৈছিল যে বিমানেৰে উভতি যোৱাটো সস্তা আৰু সুবিধাজনক হ’ব। যদিও তেওঁ ৰাস্তাৰে যাবলৈ জোৰ দিছিল আৰু হোটেলখনে স্থানীয় টেক্সি এখনৰ ব্যৱস্থা কৰি দিয়ে।

উত্তৰ গোৱাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, পুৱা ১১ বজাত তেজৰ দাগ সম্পৰ্কে তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল উপস্থিত হৈ চিচিটিভিৰ ফুটেজ বিশ্লেষণ কৰে। ইয়াৰ পৰা দেখা গ’ল যে তেওঁ পুত্ৰৰ অবিহনে এপাৰ্টমেণ্টৰ পৰা ওলাই গৈছে।

লগতে পঢ়কঃ জাৰ্মানীৰ বিশ্বজয়ী ফুটবলাৰ তথা প্ৰশিক্ষক কিংবদন্তি ফ্ৰাঞ্জ বেকেনবাউৰৰ দেহাৱসান

ইন্সপেক্টৰ নাইকে কয় যে তেওঁ টেক্সি চালকজনক ফোন কৰি সুচানাক ফোনটো দিবলৈ কয়। যেতিয়া মহিলা চিইঅ’গৰাকীক তেওঁৰ পুত্ৰৰ বিষয়ে সোধা হয়, তেতিয়া তেওঁ দাবী কৰে যে তেওঁ পুত্ৰক ফাটোৰাডা (গোৱা)ৰ বন্ধুৰ ঘৰত এৰি থৈ গৈছে। বন্ধুজনৰ ঠিকনা বিচৰা হৈছিল যিটো ভুৱা আছিল।

ইয়াৰ পিছতে নাইকে আকৌ টেক্সি চালকজনক ফোন কৰিলে। এইবাৰ তেওঁক কংকনীত থকা সময়ত কথা পাতিছিল আৰু গাড়ীখন তাৰ ওচৰৰ থানা এখনলৈ লৈ যাবলৈ কোৱা হয়। অৱশ্যে সতৰ্ক কৰি দিয়া হয় যাতে যাত্ৰীজনৰ কোনো সন্দেহ নহয়। তেতিয়ালৈকে টেক্সিখন চিত্ৰদুৰ্গ জিলা পাইছিল।

চালকজনে সুযোগ বুজি লগে লগে আইমংগলা থানাত গাড়ীখনত সোমাই দিলে। সুচানাই পিছফালে বহি এই পৰিকল্পনাৰ কোনো শুংসূত্ৰ পোৱা নাছিল। এজন বিষয়াই গাড়ীখন পৰীক্ষা কৰোতেই নাইকৰ সন্দেহ শুদ্ধ বুলি ওলাই পৰিল। এটা বেগত উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ।

লগতে পঢ়কঃ পদত্যাগ কৰিলে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্নীয়ে; পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ দৌৰত কোন?

তদন্ত চলি আছে যদিও এতিয়াও জানিব পৰা হোৱা নাই যে মহিলাগৰাকীয়ে কিয় নিজৰেই নিৰীহ পুত্ৰক হত্যা কৰিলে? হয়তো এই অপৰাধৰ আন কোনো এংগলো থাকিব পাৰে? 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd