• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ গঠনৰ এমাহৰ ভিতৰতে ৰাজস্থানৰ উপ-নিৰ্বাচনত বিজেপিৰ মুখথেকেচা; জিকিল কংগ্ৰেছ, হাৰিল মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 8:59 am
বিজয়ী কংগ্ৰেছ নেতা ৰূপিন্দৰ সিং কুনাৰ। ফটোঃ সংগ্ৰহীত।

বিজয়ী কংগ্ৰেছ নেতা ৰূপিন্দৰ সিং কুনাৰ। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে বিধানসভা নিৰ্বাচনত গেৰুৱা শিবিৰে বিপুল জয় সাৱ্যস্ত কৰিছিল। আত্মবিশ্বাস তুংগত আছিল। কিন্তু উপ-নিৰ্বাচনত মুখথেকেচা খালে বিজেপিৰ মন্ত্ৰী। ১১ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থীয়ে। ৰাজ্যখনৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এই জয়ে কংগ্ৰেছক পুনৰ ক্ষমতালৈ আনিব নোৱাৰে ঠিকেই, কিন্তু ই সন্মানৰ ভূমি পুনৰ দখলত সহায় কৰিব।

ৰাজস্থানত বিধানসভাৰ আসনৰ সংখ্যা ২০০ খন। যোৱা নিৰ্বাচনত ১৯৯টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ দহ দিন পূৰ্বে কৰণপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গুৰমীত সিং কুনাৰৰ হঠাৎ মৃত্যু হয়। তাত ভোটদান স্থগিত ৰখা হৈছিল।

লগতে পঢ়কঃ জাৰ্মানীৰ বিশ্বজয়ী ফুটবলাৰ তথা প্ৰশিক্ষক কিংবদন্তি ফ্ৰাঞ্জ বেকেনবাউৰৰ দেহাৱসান

Apply Now

সেই আসনত উপ-নিৰ্বাচনত থিয় দিছিল মৃত কংগ্ৰেছ প্ৰাৰ্থীৰ পুত্ৰ ৰূপিন্দৰ সিং কুনাৰে। প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কেবিনেট মন্ত্ৰী সুৰেন্দ্ৰপাল সিং। সোমবাৰে ভোটগণনাত দেখা গ’ল যে ৰূপিন্দৰে ৯৪,৯৫০ টা ভোট লাভ কৰে। ফলত তেওঁ ১১,২৮৪ টা ভোটৰ ব্যৱধানত গেৰুৱা নেতা তথা মন্ত্ৰীক পৰাস্ত কৰি নিৰ্বাচিত হয়।

যুৱ নেতা ৰূপিন্দৰক অভিনন্দন জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটে। গেহলটে কয় যে কৰণপুৰৰ জনসাধাৰণে বিজেপিৰ অহংকাৰ চূৰ্ণ কৰি পেলাইছে। মানুহে উচিত শিক্ষা দিছে।

নিৰ্বাচনত এজন মন্ত্ৰী প্ৰক্ষেপ কৰি বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি আৰু নৈতিকতা উলংঘা কৰিছে বুলিও দাবী কৰিছে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু মানুহে তাৰ যোগ্য প্ৰত্যুত্তৰ দিলে।

লগতে পঢ়কঃ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে এতিয়াও পোৱা নাই অনুমতিঃ অভিযোগ কংগ্ৰেছৰ

উল্লেখ্য যে এই আসনখন জয় কৰাৰ পাছত বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ’লগৈ ৭০ জন। আনহাতে, শাসকীয় বিজেপিৰ ১১৫ জন বিধায়ক আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd