• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজহুৱা স্থানত কাৰোবাক ‘পাগল’ বুলি কোৱাটো কোনো অপৰাধ নহয়: এলাহাবাদ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 9:06 am
এলাহাবাদ উচ্চ ন্যায়ালয়।  ফাইল ফটোঃ সংগ্ৰহীত।

এলাহাবাদ উচ্চ ন্যায়ালয়। ফাইল ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজহুৱা স্থানত কাৰোবাক ‘পাগল’ বুলি কোৱাটো অভদ্ৰতা হ’ব পাৰে, কিন্তু ভাৰতীয় দণ্ডবিধিৰ ৫০৪ নং ধাৰাত অৰ্থাৎ শান্তি ভংগ কৰাৰ উদ্দেশ্যেৰে অপমানৰ অধীনত ইয়াক অপৰাধ বুলি ক’ব নোৱাৰি। স্পষ্ট কৰি দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

এই গোচৰত উচ্চতম ন্যায়ালয়ৰ পুৰণি গোচৰৰ ৰায়ৰ কথা উল্লেখ কৰে উচ্চ ন্যায়ালয়ে। সেই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কৈছিল যে ভাৰতীয় দণ্ডবিধিৰ এই ধাৰা অনুসৰি কোনো ব্যক্তিক তেওঁৰ শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যেৰে অপমান কৰাটো অপৰাধ বুলি গণ্য কৰা হ’ব।

কিন্তু, বৰ্তমানৰ গোচৰটোত পাগল বুলি কোৱাটো আছিল এক অনিচ্ছাকৃত স্বতঃস্ফূৰ্ত মন্তব্য। অভিযুক্তৰ বিৰুদ্ধে আবেদনকাৰীয়ে উত্থাপন কৰা কেইবাটাও অভিযোগৰ প্ৰেক্ষাপটত তেওঁ এই মন্তব্য কৰে। এই ক্ষেত্ৰত শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্য কোন ব্যক্তিৰ আছিল, সেয়া ক’ব পৰা নাযায়।

Apply Now

লগতে পঢ়কঃ বাহ আফগানিস্তান! চিন্নাস্বামীত সৰ্বকালৰ শ্ৰেষ্ঠ টী-২০! দুটা ছুপাৰ অভাৰৰ অন্তত বিজয় ভাৰতৰ

ন্যায়াধীশে কয়, “প্ৰায়ে, এনে মন্তব্য অনানুষ্ঠানিক পৰিৱেশত আকস্মিকভাৱে কৰা হয়। আনকি ই আকস্মিক কথা-বতৰাৰ অংশও হ’ব পাৰে, য’ত ইচ্ছাকৃতভাৱে শান্তি ভংগ কৰাৰ কোনো অপৰাধ নাথাকে। এনে মন্তব্য কৰা যিকোনো ব্যক্তিক অভদ্ৰ আৰু অনুপযুক্ত বুলি অভিহিত কৰিব পাৰি। কিন্তু ভাৰতীয় দণ্ডবিধিৰ ৫০৪ ধাৰাত ই অপৰাধ নহ’ব।”

বাৰাণসী জিলা দণ্ডাধীশ আদালতত এই গোচৰটো আৰম্ভ হৈছিল। প্ৰতিবন্ধী আৰু মানৱ অধিকাৰৰ ওপৰত কাম কৰা এজন অধিবক্তাই কিৰণ ছ’চাইটি নামৰ এটা সংগঠনে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে। বিশেষভাৱে সক্ষম লোকৰ কল্যাণৰ নামত বহিঃৰাজ্যৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

তেওঁ কোম্পানীটোৰ সঞ্চালকৰ লগতে আন দহজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জিলা দণ্ডাধীশে গঠন কৰে এখন তদন্ত সমিতি। তদন্তকাৰীয়ে দুয়োপক্ষকে বৈঠকলৈ মাতিছিল। দাবী কৰা হৈছে যে কিৰণ ছ’চাইটিৰ সঞ্চালকগৰাকীয়ে উকীলজনক পাগল বুলি অপমান কৰিছিল।

ইয়াৰ পিছতে কিৰণ ছ’চাইটিৰ সঞ্চালকগৰাকীৰ বিৰুদ্ধে শান্তি ভংগৰ বাবে অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে অধিবক্তাগৰাকীয়ে। ২০২১ চনত অধিবক্তাই দাখিল কৰা আবেদনৰ ভিত্তিত কিৰণ ছ’চাইটিৰ সঞ্চালকক দোষী সাব্যস্ত কৰে মুখ্য ন্যায়িক দণ্ডাধীশে।

লগতে পঢ়কঃঅসম লোক সেৱা আয়োগৰ ফলাফল ঘোষণাঃ এচিএছ তালিকাৰ শীৰ্ষত ৰছিকা ইছলাম

এই ৰায়ক এলাহাবাদ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল কিৰণ ছ’চাইটিৰ সঞ্চালকে। উচ্চ ন্যায়ালয়ত তেওঁ কয় যে অধিবক্তাই তেওঁৰ বিৰুদ্ধে ভুৱা আৰু তুচ্ছ গোচৰ ৰুজু কৰিছিল। ইচ্ছাকৃতভাৱে তেওঁক অপমান কৰা বুলি কোনো প্ৰমাণ নাই। উচ্চ ন্যায়ালয়ে তেওঁলোকৰ যুক্তি মানি লৈ কয় যে কেৱল কাৰোবাক পাগল বুলি কোৱাটো ভাৰতীয় দণ্ডবিধিৰ অধীনত অপৰাধ নহয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd