• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 8:03 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মা।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা কেলেংকাৰিৰ চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ (CBI) তদন্ত বিচাৰিছে কংগ্ৰেছ দলে।

অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আলৱাৰে চিবিআইৰ সঞ্চালক সুবোধ কুমাৰ জয়ছৱাললৈ এখন পত্ৰ লিখিছে, য’ত অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যই ‘সংঘটিত’ কৰা কেলেংকাৰীৰ অভিযোগৰ ওপৰত আলোকপাত কৰিছে।

কংগ্ৰেছে উত্থাপন কৰা বহু অভিযোগৰ ভিতৰত প্ৰথমটো অভিযোগ আছিল যে এখন ৰাজ্য শাসন কৰি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় চলাব নোৱাৰে।

Apply Now

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাইঃ ৰাহুল গান্ধীৰ হুংকাৰ

বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন।

“শেহতীয়াকৈ উদ্বোধন কৰা উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল মুখ্যমন্ত্ৰীৰ পত্নী শ্ৰীমতী ৰিনিকী ভূঞা শৰ্মাৰ মালিকানাধীন আৰু উদ্বোধনী ভাষণত শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মাই ৰাজহুৱাভাৱে ঘোষণা কৰে যে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অসমৰ মুখ্যমন্ত্ৰী। কিন্তু অসম ৰাজ্যৰ মুৰব্বী হৈ এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ এখন আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় চলাব পাৰে?” কংগ্ৰেছ নেতাগৰাকীয়ে চিবিআইৰ সঞ্চালকলৈ লিখা পত্ৰখনত উল্লেখ কৰা হৈছে।

কংগ্ৰেছ দলে উত্থাপন কৰা আনটো অভিযোগ আছিল যে কলকাতাস্থিত ব্যক্তিগত কোম্পানী এটাৰ পৰা হিচাপহীন ধন অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানীলৈ হস্তান্তৰ কৰা হৈছে।

লগতে পঢ়কঃ অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ বিজেপি কৰ্মীৰ

“আৰ বি এছ ৰিয়েল্টৰ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে কলকাতাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বহু ফাৰ্ম তথা কোম্পানীলৈ হিচাপহীন ধন স্থানান্তৰ কৰিছিল। এতিয়া আৰ বি এছ ৰিয়েল্টৰক বশিষ্ঠ ৰিয়েল্টৰ বুলি জনা যায়। আৰ বি এছৰ ৰিয়েল্টৰত শ্ৰী অশোক ধনুকা অল টাইম ডাইৰেক্টৰ আৰু তেওঁ ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচা গোচৰতো জড়িত। কলকাতাৰ পৰা আৰ বি এছৰ ৰিয়েল্টৰে কৰা ধনৰ লেনদেনৰ তদন্ত চিবিআইয়ে কৰিব লাগে।’-পত্ৰখনত উল্লেখ কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ভূমি কেলেংকাৰিৰ অভিযোগো উত্থাপন কৰে।

পত্ৰখনত উল্লেখ কৰা হৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যৰ মালিকানাধীন ব্যক্তিগত প্ৰতিষ্ঠান RBS Realtors Pvt Ltd নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান ভূমি কেলেংকাৰী (২৯ বিঘা & ৯ লেচা)ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

“তদুপৰি উজনি অসমৰ কাঞ্চনজুৰি চাহ বাগিচাৰ বিষয়ত, যিটো মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন, য’ত ৰাইজৰ পৰা জানিব পৰা মতে চৰকাৰী পুঁজিৰ দ্বাৰা আভ্যন্তৰীণ পথ আদি নিৰ্মাণ কৰা হৈছে। তেওঁৰ চাহ বাগিচাৰ মাটি এটা হস্তী কৰিডৰৰ অধীনত পৰে যাৰ বাবে উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ নিৰ্দেশ দিছিল যদিও মুখ্যমন্ত্ৰীয়ে বিশেষ কেবিনেট বৈঠক আহ্বান কৰি এনিমেল কৰিডৰটো এনেদৰে স্থানান্তৰিত কৰে যে সেই বিশেষ চাহ বাগিচাখনত কোনো উচ্ছেদ কৰা নহ’ল।’ কংগ্ৰেছ পত্ৰখনত কয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm
নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd