• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Interim Budget 2024: বাজেটত কৃষি মন্ত্ৰালয়ৰ বাবে আৱণ্টন সৰ্বনিম্ন ১.২৭ লাখ কোটি টকা; সাংসদ-মন্ত্ৰীৰ দৰমহাৰ বাবে কিমান?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 2, 2024 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে প্ৰতিৰক্ষা, শিক্ষা, আন্তঃগাঁথনি, কৃষি আদি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ বাবে অন্তৱৰ্তীকালীন বাজেটত লাখ লাখ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাংসদ-মন্ত্ৰীৰ দৰমহা আৰু ভাট্টাৰ বাবেও কোটি কোটি টকা আবণ্টন দিছে।

বাজেটৰ তথ্য অনুসৰি সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন ৰাজ্যপালৰ দৰমহা আৰু ভাট্টা আৰু ৰাজ্যিক অতিথিৰ মনোৰঞ্জনৰ বাবে ১২৪৯ কোটি টকা আবণ্টন দিয়া হৈছে।

বাজেটৰ তথ্য অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দৰমহা আৰু খৰচৰ বাবে ৮৩২.৮১ কোটি টকা আবণ্টন দিয়া হৈছে। যোৱা বিত্তীয় বৰ্ষত এই আবণ্টন আছিল ১২৮৯.২৯ কোটি টকা। যোৱা বছৰৰ তুলনাত এই বিত্তীয় বৰ্ষত মন্ত্ৰীৰ বাবে আবণ্টন যথেষ্ট হ্ৰাস পাইছে।

Apply Now

লগতে পঢ়কঃ কেন্দ্ৰীয় বাজেটত কৰ্মসংস্থান মুকলি, মূল্যবৃদ্ধি হ্ৰাসৰ কোনো প্ৰস্তাৱ নাইঃ ডি ৱাই এফ আই

 ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ৰ বাবে ২০০ কোটি টকা আবণ্টন দিয়া হৈছে। যোৱা বিত্তীয় বৰ্ষত এই আবণ্টন আছিল ২৯৯.৩০ কোটি টকা। ইয়াৰ উপৰিও এই বিত্তীয় বৰ্ষত প্ৰধান বৈজ্ঞানিক সচিবালয়ৰ বাবে ৭৬.২ কোটি টকা আবণ্টন দিয়া হৈছে।

সেইদৰে, কেবিনেট সচিবালয়ৰ বাবে ৭০ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে এক ডাঙৰ অংশ ৰাসায়নিক অস্ত্ৰ সন্মিলনত ব্যয় কৰা হ’ব।

ইপিনে, প্ৰতিবেদন অনুসৰি ভাৰতৰ মুঠ ৰাজহ ব্যয় ২০২৪-২৫ বিত্তীয় বৰ্ষত ১১ শতাংশ বৃদ্ধি পাই ১১.১১ লাখ কোটি টকা হৈছে। যিটো আমাৰ জিডিপিৰ ৩.৪ শতাংশ।

লগতে পঢ়কঃ ভাৰতীয় শিবিৰত মোক্ষম আঘাতঃ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ছামি, অনিশ্চিত জাদেজাও

কেন্দ্ৰীয় বিত্তমন্ত্ৰী  নিৰ্মলা সীতাৰমনে কয় যে বিগত চাৰি বছৰত ভাৰতৰ ৰাজহ ব্যয় প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। আৰু এইবাৰৰ অন্তৱৰ্তীকালীন বাজেটত সৰ্বাধিক আৱণ্টন প্ৰতিৰক্ষা খণ্ডলৈ কৰা হৈছে। আৰু সৰ্বনিম্ন ধন কৃষিৰ বাবে ব্যয় কৰা হ’ব।

বাজেটৰ তথ্য অনুসৰি এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাবে আৱণ্টন ৬.১ লাখ কোটি টকা। ইফালে, গড়কাপ্তানী আৰু পৰিবহণ মন্ত্ৰালয়ৰ বাবে আৱণ্টন ২.৭৮ লাখ কোটি টকা। ৰে’লৱেৰ বাবে ২.৫৫ কোটি টকা আৱণ্টন দিয়া হৈছে।

আনহাতে, গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ বাবে এইবাৰৰ বাজেট আৱণ্টন ২.১৩ লাখ কোটি টকা। ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বাবে আৱণ্টন ২.০৩ লাখ কোটি।

লগতে পঢ়কঃ কৰ্ণাটকৰ সাংসদৰ ভাষ্যত পৃথক দাক্ষিণাত্যৰ প্ৰসংগ! বিজেপিৰ তীব্ৰ আক্ৰমণ, শিৱকুমাৰে দিলে স্পষ্টীকৰণ

ইপিনে, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বাবে আৱণ্টন ১.৭৭ লাখ কোটি টকা আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ বাবে আৱণ্টন ১.৬৮ লাখ কোটি টকা। সেইদৰে, যোগাযোগ মন্ত্ৰালয়ৰ বাবে ১.৩৭ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে। কিন্তু কৃষি মন্ত্ৰালয়ৰ বাবে সৰ্বনিম্ন – মাত্ৰ ১.২৭ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd