• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফ্লপ শ্ব’ত পৰিণত হ’ল নেকি মিছন বসুন্ধৰা ? চাহ জনগোষ্ঠী, আদিবাসী আৰু মৰাণ-মটক জনগোষ্ঠীৰ লোকক বঞ্চিত কৰিছে চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2024 9:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিছন বসুন্ধৰা-২.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হ’ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ। 

বসুন্ধৰা-২.০ৰ অধীনত প্ৰকৃত ভূমিহীন লোকসকল উপকৃত হোৱা নাই। চাহ জনগোষ্ঠী আদিবাসীসকলৰ উপৰিও মৰাণ-মটক জনগোষ্ঠীৰ লোককো বঞ্চিত কৰিছে চৰকাৰে। চৰকাৰে যদিও থলুৱা ভূমিহীন লোকক ভূমি আৱণ্টন দিয়াৰ কথা কৈছে, প্ৰকৃততে শাসকীয় বিজেপিৰ সৈতে ঘনিষ্ঠসকলকহে ভূমি আৱণ্টন দিয়া হৈছে। সৰ্বসাধাৰণ ৰাইজক বঞ্চিত কৰা হৈছে ভূমিৰ অধিকাৰৰ পৰা। 

Apply Now

আপ নেতাগৰাকীয়ে অভিযোগ কৰে যে ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত কৰদৈগুৰি গাঁও পঞ্চায়তৰ ২৪টা মৰাণ জনগোষ্ঠীৰ পৰিয়াল দীৰ্ঘদিনধৰি খহনীয়া বিধ্বস্ত হৈ বিদ্যালয় গৃহত আশ্ৰয় লৈ থকাৰ সত্বেও তেওঁলোকক ভূমি আৱণ্টন দিয়া হোৱা নাই। 

ধানোৱাৰৰ প্ৰশ্ন – খহনীয়া বিধ্বস্ত এই পৰিয়ালকেইটা ভূমিপুত্ৰ নহয়নে? নাহৰচুক গাঁৱত মটক জনগোষ্ঠীৰ ৩০টাকৈ পৰিয়ালে বসুন্ধৰা-২.০ আঁচনিৰ অধীনত আৱণ্টন লাভৰ আৱেদন কৰিছিল, তেওঁলোককো বঞ্চিত কৰা হৈছে। মাথো ৮টা পৰিয়ালক আৱণ্টন দিয়া বুলি দেখুৱাইছে। কিন্তু সেই ৮টা পৰিয়ালক পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই ভূমিৰ আৱণ্টন দিয়া হৈছিল। বিহাটিং চাহ বাগিছাত ভূমিহীন স্থায়ী শ্ৰমিকৰ সংখ্যা ৩৫০ গৰাকী, বৰবৰুৱা চাহ বাগিছাত ভূমিহীন স্থায়ী শ্ৰমিকৰ সংখ্যা ৬০৩ গৰাকী। এইসকল শ্ৰমিকক ভূমিৰ আৱণ্টনৰপৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে আৱেদন কৰা স্বত্বেও বসুন্ধৰা-২.০ আঁচনিৰ অধীনত চৰকাৰে ভূমিপ আৱণ্টন দিয়া নাই। এনেদৰে আপ নেতাগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিয়ে খিলঞ্জীয়া জনগোষ্ঠীক উপকৃত কৰা নাই। 

আনহাতে সমাগত লোকসভা নিৰ্বাচনত উন্নয়নৰ শ্লোগানকেই মূল শ্লোগান হিচাপে লোৱা বুলি কয় আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে। শিক্ষা আৰু স্বাস্থ্যৰ লগতে অনান্য বিভাগতো উন্নয়নমূলক আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে নেতাগৰাকীয়ে। ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে। আন্তঃগাঁথনি নিৰ্মানত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰসংগত সৰৱ নেতাগৰাকীৰ অভিযোগ- মাথো কমিছনৰ অংকত কাম কৰিছে চৰকাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd