• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পুৰুষৰ দৰে বস্ত্ৰ’ পৰিধান কৰাটোৱে হৈ পৰিল অপৰাধ; ভুক্তভোগী পৰ্যটকক অসম আৰক্ষীৰ চৰম উপহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2024 3:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়াই নেকি অসম আৰক্ষীৰ কৰ্মসংস্কৃতি? একাংশ অসম আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবে পুনৰ লজ্জিত হৈ পৰিল অসমবাসী৷ অসম ভ্ৰমণত ব্যস্ত থকা এগৰাকী নেপালী মহিলা পৰ্যটকৰ সৈতে হোৱা কাণ্ডই পুনৰ উদঙালে অসমৰ সুৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ৷

শেহতীয়াকৈ যোৰহাট জিলাৰ মৰিয়নী চহৰত এক উন্মাদ লোকৰ দলে এগৰাকী মহিলা পৰ্যটকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মহিলাগৰাকীক দলটোৰ আক্ৰমণৰ উদ্দেশ্য আছিল কিয়নো তেওঁ “পুৰুষৰ দৰে” সাজ-পোছাক পিন্ধিছিল।

ছ’চিয়েল মিডিয়াৰ এটা ভিডিঅ’ত মহিলাগৰাকীয়ে এই ঘটনা শ্বেয়াৰ কৰি বৰ্ণনা কৰিছে যে কেনেকৈ মহিলাগৰাকীক সাতজন ব্যক্তিসহিতে এগৰাকী মহিলাই কেবৰ পৰা বলপূৰ্বকভাৱে উলিয়াই আনি চুলি টানিবলৈ আৰু চাৰ্ট ফালিবলৈ লৈছিল আৰু বুকু উদঙাই দিছিল।

Apply Now

লগতে পঢ়কঃ চৰকাৰক সমালোচনা কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত দেশৰ ৫ বে-চৰকাৰী প্ৰতিষ্ঠানঃ অনুজ্ঞাপত্ৰ বাতিল

সেয়াই নহয়, ঘটনাৰ পাছত অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চপাৰ পাছত মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁ আৰক্ষীৰ উপহাসৰহে সন্মুখীন হৈছিল।

পৰ্যটকগৰাকীৰ অভিযোগ অনুসৰি কোনো এজন আৰক্ষী বিষয়াই ভুক্তভোগীক সহায় আগবঢ়োৱা নাছিল, আৰু তাৰ পৰিৱৰ্তে মহিলাগৰাকী অধিক অপমানৰ সন্মুখীন হৈছিল। আনকি পৰ্যটকগৰাকীক লিংগ প্ৰমাণ কৰিবলৈ হেঁচা দিয়া হৈছিল বুলি মহিলাগৰাকীয়ে উল্লেখ কৰে৷

ইতিমধ্যে এগৰাকী আক্ৰমণকাৰীক ববী চৌধুৰী বুলি চিনাক্ত কৰা হৈছে৷ পৰ্যটকগৰাকীয়ে নিজৰ যন্ত্ৰণা প্ৰকাশ কৰি ন্যায়ৰ দাবী কৰে৷ লগতে নিজৰ স্বাধীনতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি এনেবোৰ কাণ্ডৰ পুনৰাবৃত্তি যাতে নহয় তাৰ দাবী জনায়।

লগতে পঢ়কঃঅৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে

পৰ্যটকগৰাকীৰ পোষ্টটো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰা হৈছে বুলি অৱগত কৰিছে৷ ইতিমধ্যে তিতাবৰৰ এছডিপিঅ’ই উপযুক্ত আইনী ব্যৱস্থা নিশ্চিত কৰিবলৈ নিজেই তদন্তৰ তদাৰক কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am
ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd