• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত আৰম্ভ আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 11:03 am
badminton

প্ৰতিনিধিত্বমূলক চিত্ৰ

97
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে সদৌ অসম আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। অসম বেডমিণ্টন সন্থাৰ তত্ত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বেডমিণ্টন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে।

ল’ৰা শাখাৰ খেলসমূহ জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত হোৱাৰ বিপৰীতে ছোৱালী শাখাৰ খেলসমূহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভীমবৰ দেউৰী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে।

উল্লেখ্য যে এইবাৰৰ প্ৰতিযোগিতাত ১৭খন স্বীকৃতিপ্ৰাপ্ত জিলা বঙাইগাঁও, কাছাৰ, শিলচৰ, চৰাইদেউ, দৰং, ডিগবৈ, গোলাঘাট, গুৱাহাটী, যোৰহাট, শিৱসাগৰ,  লখিমপুৰ, কোকৰাঝাৰ, তিনিচুকীয়া, নগাঁও, নাজিৰা, তেজপুৰ আৰু ডিব্ৰুগড়ৰ প্ৰায় ৪৫১ গৰাকী শ্বাটলাৰে অংশগ্ৰহণ কৰিছে।

চাৰিদিন ধৰি চলিবলগীয়া প্ৰতিযোগিতাখন কালি সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰে জিলাৰ উপায়ুক্ত লয়া মাদ্দুৰীয়ে। প্ৰতিযোগিতাৰ আৰম্ভণি দিনা ল’ৰা আৰু ছোৱালীৰ ১১ আৰু ১৩ বছৰ অনুৰ্ধৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ অন্ত পৰাৰ বিপৰীতে ১৭ বছৰ অনুৰ্ধ শাখাত ল’ৰাৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হৈছে।

জানিব পৰা অনুসৰি আজি পুৱা ৯ বজাৰপৰাই প্ৰতিযোগিতাৰ অন্যান্য গ্ৰুপৰ খেলসমূহ আৰম্ভ হৈছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd