• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপুনিতো ৪০০ কোটি টকা লাভ কৰিছে, তেন্তে ইমান খং কিয়! গোৱেংকাক কটাক্ষ ছেহৱাগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2024 5:18 pm
আপুনিতো ৪০০ কোটি টকা লাভ কৰিছে, তেন্তে ইমান খং কিয়! গোৱেংকাক কটাক্ষ ছেহৱাগৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদৰ মেচখনৰ পাছত কে এল ৰাহুলক সঞ্জীৱ গোৱেংকাই কৰা তিৰস্কাৰক লৈ বিতৰ্ক এতিয়াও বন্ধ হোৱা নাই। বৰঞ্চ দেশৰ প্ৰাক্তন ক্ৰিকেটাৰৰ এটা অংশই কলকাতাৰ উদ্যোগপতিগৰাকীৰ পিনে কটাক্ষ নিক্ষেপ কৰিয়েই আছে।

এইবাৰ বীৰেন্দ্ৰ ছেহৱাগে সেই ঘটনাক লৈ মুকলিকৈ মুখ খুলিছে। দেশৰ এটা আগশাৰীৰ ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “মই নাজানো সঞ্জীৱ গোৱেংকা ডাঙৰীয়াৰ সেইদিনা কিয় ইমান খং উঠিল? কিহৰ বাবে তেওঁৰ ইমান খং? বৰ্তমান তেওঁ আই পি এলৰ পৰা ৪০০ কোটি টকা উপাৰ্জন কৰিছে। তাৰপিছতো কে এল ৰাহুলক ৰাজহুৱাভাৱে কথা শুনাবলৈ কিয় গ’ল!”

লগতে পঢ়কঃ মানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই

ছেহৱাগে লগতে কয় যে, “কোনো সমস্যা হ’লে ফ্ৰেঞ্চাইজিৰ মালিকসকলে ড্ৰেছিং ৰুমত দলৰ ক্ৰিকেটাৰসকলৰ সৈতে কথা পাতিব লাগে। তাৰ পৰিৱৰ্তে তেওঁ খেলপথাৰত একাধিক কেমেৰাৰ সন্মুখত ৰাহুলৰ দৰে নিৰীহ ক্ৰিকেটাৰক কাঠগড়াত তুলিলে। সঁচা কথা ক’বলৈ গ’লে ঘটনাটো মোৰ ভাল নালাগিল। দলৰ মালিকসকলে সদায় বিনম্ৰ হ’ব লাগে। তেওঁলোকৰ প্ৰেৰণা দিয়াৰ এটা প্ৰচেষ্টা থকা উচিত, তেতিয়াহে দলৰ সকলোৱে নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিবলৈ চেষ্টা কৰিব। বেয়া প্ৰদৰ্শন কৰিলেও তেওঁলোকে অনুশোচনা কৰিব। কিন্তু তেওঁ একেবাৰে বিপৰীত দিশত খোজ দিলে।”

ইয়াৰ পূৰ্বে মহম্মদ ছামী বা গৌতম গম্ভীৰে এই বিষয়ে মুকলিকৈ কৈছিল। ছামীয়ে উত্তেজিত হৈয়েই কৈছিল যে এই ঘটনাত গোৱেংকাই লাজ পাব লাগে। তেওঁ জনা উচিত আছিল যে দেশৰ এজন প্ৰসিদ্ধ ক্ৰিকেটাৰক এনেদৰে অপমান কৰিব নোৱাৰি।

পোনপটীয়াকৈ কোনো কথা নকলেও গম্ভীৰে কেকেআৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানক প্ৰশংসা কৰে। কলকাতা দলৰ মেণ্টৰগৰাকীয়ে কয়, “শ্বাহৰুখ খান মালিক হিচাপে শ্ৰেষ্ঠ। তেওঁ ক্ৰিকেটাৰৰ লগত বন্ধুৰ দৰে মিলি ভাল খেলটো উলিয়াই আনিব জানে।”

লগতে পঢ়কঃ লোকসভা নিৰ্বাচন! আজি চতুৰ্থ পৰ্যায়ত ৯৬খন আসনৰ বাবে ভোটগ্ৰহণ; লাইমলাইটত কোন?

ছেহৱাগে আৰু এঢাপ আগুৱাই গৈ ৱেবছাইটটোত কয়, “সঞ্জীৱ গোৱেংকা এজন ব্যৱসায়ী, তেওঁ লাভ-লোকচানৰ বাহিৰে একো বুজি নাপায়। কিন্তু তেওঁ হয়তো নাজানে যে যদি তেওঁ কোনো ক্ৰিকেটাৰক অপমান কৰে তেন্তে তেওঁ পৰৱৰ্তী ছিজনতে দল এৰিব। কিন্তু সেই মালিকজন একে ঠাইতে থাকিব। দলৰ এজন ক্ৰিকেটাৰক হেৰুৱাটো তেওঁৰ বাবেই এক ডাঙৰ ক্ষতি। ক্ৰিকেটাৰসকলৰ তাত একো লাভ-লোকচান নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd