• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তীব্ৰ গ্ৰীষ্মপ্ৰবাহত জ্বলিছে দিল্লী! হিটষ্ট্ৰোকত ৩ দিনত ৩৪জনৰ মৃত্যু; চিকিৎসালয়সমূহত আৰম্ভ হিটৱেভ ইউনিট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2024 10:34 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৪৮ ঘণ্টাত ৰাজধানী দিল্লীত অত্যন্ত গৰমৰ বাবে ৩১০ জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰে ১৪ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ফলত বিগত তিনিদিনত দিল্লীত গৰমৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪লৈ বৃদ্ধি পালে!

ৰাজধানীত ধাৰাবাহিকভাৱে গ্ৰীষ্ম প্ৰবাহ অব্যাহত আছে। যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে তাপমাত্ৰা ৪৫ ডিগ্ৰীৰ ওপৰত আছে। বৰষুণৰ কোনো সম্ভাৱনাই নাই। এই পৰিস্থিতিত মঙলবাৰে লাভ কৰা তথ্য মতে দিল্লীত দুদিনত ৫জন লোকৰ মৃত্যু হয়। আজি বৃহস্পতিবাৰে সেই সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে।

ইপিনে, বৰ্তমান চলি থকা হিটষ্ট্ৰোকৰ বাবে বহু লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। আটাইকেইজনেই লাইফ চাপৰ্টত আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

Apply Now

লগতে পঢ়কঃ পেটত পৰা লগে লগে জ্বলা-পোৰা, বিষ, বমি : তামিলনাডুত মদ খাই মৃত্যু কমেও ২৯ জনৰ

সূত্ৰ অনুসৰি যোৱা দুদিনত হিটষ্ট্ৰ’কৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা ৩১০ জন ৰোগীৰ ভিতৰত ১৪ জন ৰোগীৰ মৃত্যুৰ হোৱাৰ পিছত মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে। এই ৩৪ জন লোকৰ ভিতৰত ২৭ জন লোকক মৃত অৱস্থাত অনা হৈছিল। অৰ্থাৎ বাটতেই তেওঁলোকৰ মৃত্যু হয়।

মৃত্যু হোৱাসকলৰ বেছিভাগেই গৃহহীন আৱাসী। পথচাৰীয়ে দেখা পাই চিকিৎসালয়লৈ অনা লোক। সকলোবোৰ মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰি মৃত্যুৰ কাৰণ নিৰ্ণয় কৰা হৈছে।

ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই চৰকাৰী চিকিৎসালয়সমূহক এই পৰিস্থিতিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। হিটষ্ট্ৰোক ৰোগীৰ সঠিক চিকিৎসাৰ বাবে পৃথক পৃথক ‘হিটৱেভ ইউনিট’ৰ নিৰ্দেশ দিয়া হৈছে। চিকিৎসক মহলৰ মতে, অত্যধিক গৰম আৰু অত্যধিক তাপ প্ৰবাহৰ ফলত হিট ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আগৰ তুলনাত ৬০-৭০ শতাংশ বৃদ্ধি পাইছে! ৰোগীৰ বহু অংগ বিকল হোৱাৰ প্ৰৱনতাও বৃদ্ধি পাইছে।

লগতে পঢ়কঃ আমেৰিকাৰ বিৰুদ্ধে কষ্টকৰ জয়েৰে টী-২০ বিশ্বকাপৰ ছুপাৰ এইট অভিযান আৰম্ভ দক্ষিণ আফ্ৰিকাৰ

দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ইতিমধ্যে সাধাৰণ লোকৰ বাবে এই গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতিত নিজকে কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি তাৰ নিৰ্দেশনা জাৰি কৰিছে। দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰ’দত ওলাই নাযাবলৈ কৈছে। অধিক পানী খোৱাৰ পৰামৰ্শও দিয়া হয়।

বতৰ বিজ্ঞানীসকলৰ মতে, ৰাজধানী চহৰ দিল্লীত বিগত ১২ বছৰত এনে গ্ৰীষ্ম প্ৰবাহ দেখা পোৱা নাই। এই চৰম পৰিস্থিতিৰ মাজতে পুনৰ জল সংকটৰ সৃষ্টি হৈছে। সকলো মিলি সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd