• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ কংগ্ৰেছৰ; ১০ টা বিষয়ত উত্তৰ বিচাৰিলে কেন্দ্ৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 10, 2024 12:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিযোগত কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰিবলৈ অনুৰোধ জনাইছে।

এই সন্দৰ্ভত দলটোৰ ৰাজ্যসভাৰ মুখ্য সচেতক জয়ৰাম ৰমেশে অধ্যক্ষ জগদীপ ধনকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ দাবী কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রাক্তন অধ্যক্ষগৰাকীক সন্দর্ভত যি মন্তব্য আগবঢ়াইছিল, সেয়া আগতে কেতিয়াও কৰা হোৱা নাছিল৷ একেদৰে এন ডি এ চৰকাৰৰ এমাহ বৰ্ষপূৰ্তিৰ পূৰ্বে কংগ্ৰেছে ১০টা বিষয় উত্থাপন কৰি কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে।

লগতে পঢ়কঃ আজি সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

Apply Now

অধ্যক্ষলৈ লিখা পত্ৰখনত জয়ৰাম ৰমেশে উল্লেখ কৰিছে যে, “মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছো।” ২০২৪ চনৰ ২ জুলাইত ৰাষ্ট্ৰপতিৰ ভাষণৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তেওঁলোকে যি সংখ্যা দাবী নকৰক কিয়, ২০১৪ চনত আমি যেতিয়া ক্ষমতালৈ আহিছিলো তেতিয়া ৰাজ্যসভাত আমাৰ সংখ্যা অতি কম আছিল আৰু অধ্যক্ষই তেওঁলোকৰ ফালে হালি দিছিল।”

জয়ৰাম ৰমেশে দাবী কৰে যে কাৰো নাম নল’লেও এই মন্তব্য প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ হামিদ আনছাৰীক লক্ষ্য কৰি কৰা হৈছে। তেওঁ লগতে কয় যে পত্ৰখনত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীক লৈ কৰা এই মন্তব্যসমূহ অভাৱনীয় আৰু অপমানজনক। বিশেষাধিকাৰ ভংগৰ অভিযোগত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জয়ৰাম ৰমেশে।

লগতে পঢ়কঃ শ্বুটিঙৰ সময়ত আহত অভিনেত্ৰী উৰ্বশী ৰাউটেলা! ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে হাস্পাতালত

উল্লেখ্য যে ৮ জুনত এন ডি এ চৰকাৰে শপত গ্ৰহণ কৰে। কংগ্ৰেছে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত ১০টা বিষয় তুলি ধৰিছে। দলটোৰ অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, ‘এই এক মাহত কি ঘটিল? ভয়ংকৰ ৰেল দুৰ্ঘটনা, জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ ৮ সেনা জোৱান, ১০ জনৰ মৃত্যু, নীট প্ৰশ্নকাকত ফাদিল, স্নাতকোত্তৰ নীট পৰীক্ষা স্থগিত, UGC-NET পৰীক্ষা স্থগিত, CSIR-UGC-NET পৰীক্ষা স্থগিত, গাখীৰ, দালি, শাক-পাচলি, ৰন্ধন গেছ, টোল বৃদ্ধি, টকাৰ মূল্য হ্ৰাস, যোৱা ৮ মাহত নিবনুৱাৰ হাৰ আৰু পাইকাৰী মুদ্ৰাস্ফীতিৰ ফলত ১৫ মাহৰ অভিলেখ ভংগ হৈছে। চৰকাৰ গঠনৰ এমাহৰ পাছত এই বিষয়টো উত্থাপন কৰি চৰকাৰৰ পৰা সঁহাৰি বিচৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd