• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চন্দ্ৰবাবুক ৬০ হাজাৰ কোটিৰ পেকেজত অনুমোদন দিলে মোদীয়ে; এতিয়া কি কৰিব নীতিশে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 11, 2024 2:25 pm
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

143
VIEWS
Share on FacebookShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিল্লী ভ্ৰমণ কৰিলে। খবৰ অনুসৰি মোডী চৰকাৰে সেই ৰাজ্যৰ বাবে ৬০ হাজাৰ কোটি টকাৰ পেকেজ অনুমোদন জনাইছে। অন্ধ্ৰত চৰকাৰী সংস্থা ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে নিৰ্মাণ কৰিব তেল শোধনাগাৰ আৰু কেমিকেল হাব।

সংস্থাটোৰ অধ্যক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৱে কয়, যোৱা সপ্তাহত মোৰ দিল্লী ভ্ৰমণ সফল হৈছিল। কেন্দ্ৰই অন্ধ্ৰৰ বাবে ৬০ হাজাৰ কোটিৰ পেকেজত অনুমোদন জনাইছে।

লগতে পঢ়কঃবানত বিপৰ্যস্ত ৰাজ্য! মৃত্যুৰ সংখ্যা ৮৪ লৈ বৃদ্ধি; এতিয়াও গৃহহীন হৈ আছে হাজাৰ হাজাৰ লোক

চন্দ্ৰবাবুৰ এই ঘোষণাৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধীৰ প্ৰশ্নৰ সন্মুখীন হৈছে । নীতিশে কেতিয়া দিল্লীলৈ গৈ ৰাজ্যৰ দাবী াদায় কৰি আনিব বুলি প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে বিৰোধী নেতাসকলে। বিজেপিও চাপত পৰিছে। ৰাজ্যচৰকাৰে ৰাজ্যখনক আৰ্থিকভাৱে দুৰ্বল ৰাজ্য আৰু সাতখন চিকিৎসা মহাবিদ্যালয়, দুশ মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু ২০ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰি কেন্দ্ৰই ৰাজ্যখনক বিশেষ সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে।

চন্দ্ৰবাবুৱে যোৱা সপ্তাহত দিল্লী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেইবাজনো গুৰুত্বপূৰ্ণ মন্ত্ৰীক সাক্ষাৎ কৰে। ৰাজনৈতিক মহলৰ বহুতেই কয় যে দিল্লীত যি চৰকাৰে ক্ষমতাত নাথাকক কিয়, চন্দ্ৰবাবুৰ ৰাজ্যৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত কাৰো তুলনা নহয়। বিগত সময়ত অটল বিহাৰী বাজপেয়ী, মনমোহন সিং চৰকাৰৰ দিনতো টিডিপিৰ নেতাগৰাকী কেতিয়াও খালী হাতে দিল্লীৰ পৰা উভতি যোৱা নাই।

এইবাৰ মোডী চৰকাৰৰ অস্তিত্ব ৰক্ষাৰ বাবে টিডিপি আৰু জেডিইউয়ে দুটা পিলাৰৰ ভূমিকা পালন কৰিছে। দল দুটাৰ সাংসদৰ সংখ্যা ক্ৰমে ১৬ আৰু ১৭ জন। এই দুই অংশীদাৰ অসন্তুষ্ট হৈ পৰিলেই মোডী চৰকাৰৰ সংখ্যাগৰিষ্ঠতাক লৈ প্ৰশ্ন উত্থাপন হ’ব পাৰে।

লগতে পঢ়কঃ শেষ মুহূৰ্তৰ গ’লেৰে নেদাৰলেণ্ডক হৰুৱাই ইউৰোৰ ফাইনেলত ইংলেণ্ড; সন্মুখত লেমিনৰ স্পেইন

সত্যটো হ’ল দিল্লীৰ পৰা দাবী আদায়ৰ ক্ষেত্ৰত চন্দ্ৰবাবুতকৈ নীতিশ অধিক দায়বদ্ধ। যোৱা বছৰ নীতিশে পুনৰ বিজেপিৰ সহায়ত চৰকাৰ গঠন কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ স্বাৰ্থ ৰক্ষা আৰু দাবী পূৰণৰ কথা বাৰে বাৰে কৈ আহিছে। সূত্ৰসমূহৰ মতে, ৰাজ্যিক প্ৰকল্পসমূহ বাস্তৱায়িত কৰাত কোনো সমস্যা নাথাকিলেও বিশেষ ৰাজ্যিক মৰ্যাদা পোৱাটো কঠিন হ’ব পাৰে। কাৰণ, বৰ্তমানৰ ব্যৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰে দেশৰ আন কোনো ৰাজ্যক সেই সুবিধা দিয়াৰ সুযোগ নাই। 

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd