• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘এক্স’ত ১০০ মিলিয়ন অনুগামীৰ মাইলৰ খুঁটিত উপনীত প্ৰধানমন্ত্ৰী মোদী; সামাজিক মাধ্যমত জনপ্ৰিয়তা বাঢ়িলেও ৰাজ্যসমূহত ভেটি খহিছে বিশ্বগুৰুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2024 9:13 am
121
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যম,কেমেৰা আৰু এটেনশ্যন ভালপোৱা প্ৰধানমন্ত্ৰী মোদী এক্সত বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে৷পিছে এই কৃতিত্ব বিজেপিৰ নেতা কৰ্মীৰ বাবে সুখবৰ হ’লেও দেশৰ অৱহেলিত,শোষিত শ্ৰেণীৰ বাবে বৰ এটা উদ্‌যাপন কৰিবলগীয়া খবৰ নহয়৷মণিপুৰৰ দৰে ৰাজ্যত গোষ্ঠীগত হিংসাৰ দাবানল জ্বলি থকাৰ পাছতো খবৰ ল’বলৈ আহৰি নোপোৱা প্ৰধানমন্ত্ৰীৰ এই কৃতিত্ব মণিপুৰৰ জনতাৰ বাবে বৰ সুখকৰ নহয়৷কিন্তু যি কি নহওক বিশ্বগুৰুৰ কৃতিত্ব,ঢাক ঢোল বজাই প্ৰচাৰ নকৰাকৈ নোৱাৰি৷

২০০৯ চনত এক্সত যোগদান কৰিছিল নৰেন্দ্ৰ মোদীয়ে। অনুগামীৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষত থকা কেইবাগৰাকীও নেতাৰ সৈতে প্ৰতিযোগিতাত বহু আগবাঢ়ি আছে মোদী। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ এক্সত ৩৮.১ মিলিয়ন ফ’ল’ৱাৰ আছে। ডুবাইৰ শ্বেখ মহম্মদৰ এক্সত আছে ১ কোটি ১২ লাখ অনুগামী। পোপ ফ্ৰান্সিছৰ আছে ১ কোটি ৮৫ লাখ অনুগামী৷

এক্স হেণ্ডেলত মোডীৰ অনুগামীৰ সংখ্যা আন ভাৰতীয় নেতাৰ তুলনাত বহু বেছি। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ এক্সত ২ কোটি ৬৪ লাখ অনুগামী। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অনুগামীৰ সংখ্যা ২ কোটি ৭৫ লাখ অনুগামী।

মনোৰঞ্জনৰ জগতখনত বহু চেলিব্ৰিটিতকৈ আগবাঢ়ি আছে মোদী। এক্সত টেইলৰ চুইফ্টৰ ৯৫.৩ মিলিয়ন ফ’ল’ৱাৰ আছে। লেডী গাগাৰ  আছে ৮৩ মিলিয়নতকৈ অধিক ফ’লৱাৰ। কিম কাৰ্দাছিয়ানৰ আছে ৭৫.২ মিলিয়ন ফ’ল’ৱাৰ৷

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd