• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা এনকাউন্টাৰৰ অভিযোগ! অসম আৰক্ষীৰ বিৰুদ্ধে কাছাৰত অন্যায়ভাৱে হত্যাৰ অভিযোগ মাৰ ইনপুইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2024 11:41 am
অসম আৰক্ষী। প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

অসম আৰক্ষী। প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ সৈতে হোৱা গুলীচালনাৰ ঘটনাত কাছাৰত তিনিজন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হোৱাৰ পাছত এই ঘটনাক গৰিহণা দি ঘটনাটোক “ন্যায়ৰ বহিৰ্ভূত হত্যা” বুলি অভিহিত কৰিছে মাৰ ইনপুইয়ে।

উল্লেখ্য যে যোৱা ১৬ জুলাইত কাছাৰত আৰক্ষীৰ অভিযানত তিনিজন মাৰ লোক নিহত হৈছিল৷

দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি সংগঠনটোৱে এই কাণ্ডক “শীতল মস্তিষ্কৰ” আৰু “পৰিকল্পিত” ন্যায় বহিৰ্ভূত হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

Apply Now

এনকাউণ্টাৰৰ আগদিনা কাবুগঞ্জ-আমজুৰ পথত লালুংগাৱী মাৰ, লালবিককুং মাৰ আৰু জোছুয়া লালৰিংছানক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ গাডচিৰ’লিত আৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত নিহত ১২ জন মাওবাদী

মাৰ ইনপুইয়ে এক বিবৃতিত দাবী কৰে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে এই “এনকাউণ্টাৰ” সংঘটিত হৈছিল, যাৰ ফলত ইয়াৰ “বৈধ”তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

অসম আৰক্ষীয়ে দাবী কৰা মতে, ভূবন পাহাৰত আত্মগোপনৰ স্থান বিচাৰি থকা অৱস্থাত আৰক্ষীৰ দল এটালৈ গুলীচালনা কৰাৰ পিছত আৰক্ষীৰ গুলীচালনাত কোনো অনিৰ্দিষ্ট উগ্ৰপন্থী সংগঠনৰ তিনিজন লোক নিহত হয়।

আৰক্ষীয়ে এই গোটটো ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগো উত্থাপন কৰে।

লগতে পঢ়কঃ তামিলনাডুত উদ্ধাৰ অসমৰ তিনি যুৱকৰ মৃতদেহ, এজন সন্ধানহীন

মাৰ ইনপুইয়ে এই হত্যাকাণ্ডক “মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা” বুলি সমালোচনা কৰি আৰক্ষীৰ বক্তব্যক খণ্ডন কৰে।

তেওঁলোকে এই ঘটনাক “ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ” বুলিও অভিহিত কৰে।

ह्मार जनजाति के बड़े संगठन ह्मार इनपुई ने बयान भी जारी किया है कि ये एक्स्ट्रा जूडिशियल किलिंग है.

इस प्रेस रिलीज़ में उनके नाम भी बताए गए हैं. pic.twitter.com/fg9HQtUV4d

— Siddhant Mohan (@Siddhantmt) July 18, 2024

তেওঁলোকে কোনে এই মাৰাত্মক গুলী চলালে সেই সম্পৰ্কে স্পষ্টতাৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে আৰু গ্ৰেপ্তাৰৰ ইমান সোনকালে এই এনকাউণ্টাৰৰ আৱশ্যকতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

সংগঠনটোৱে লগতে এক দণ্ডাধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছে যাতে ভুক্তভোগীসকলৰ ন্যায় সুনিশ্চিত হয় আৰু অসমৰ মাৰ জনগোষ্ঠীৰ মাজত পুনৰ আস্থা গঢ়ি তোলা হয়।

লগতে পঢ়কঃ বিজেপিৰ আসন ৮৬ লৈ হ্ৰাস, ৰাজ্যসভাত সংখ্যালঘু হৈ পৰিল শাসকীয় মিত্ৰজোঁট এন ডি এ

তেওঁলোকে লগতে পৰিয়ালকেইটাৰ ক্ষতিপূৰণ, আৰক্ষীৰ কথিত বৰ্বৰতাৰ অন্ত পেলোৱা, এনকাউণ্টাৰত জড়িত বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd