• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি! চলন্ত গাড়ীত নৱম শ্ৰেণীৰ ছাত্ৰীক উৎপীড়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2024 9:58 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশত চলন্ত গাড়ীত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ ঘটনা হৈছে৷ যোৱা জুন মাহত মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাত সংঘটিত হৈছিল এই ঘটনা। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১ জুনত গোৱালিয়ৰ-শিবপুৰী ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গাড়ীত ছোৱালীগৰাকীক ধৰ্ষণ কৰিছিল।

ঘটনা সন্দৰ্ভত জানিব পাৰি কিশোৰীগৰাকীৰ পৰিয়ালে মোহনা থানাত এজাহাৰ দাখিল কৰে। ধৰ্ষণৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে সংবাদ প্ৰতিষ্ঠানৰ আগত গোৱালিয়ৰ থানাৰ এ এছ পি নিৰঞ্জন শৰ্মাই কয় যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ আৰক্ষী দল গঠন কৰা হৈছে। এই পৰ্যন্ত তিনি অভিযুক্তৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বয়স ক্ৰমে ১৮ আৰু ২০ বছৰ। তেওঁলোকক জেৰা অব্যাহত আছে। এই ঘটনাত ব্যৱহৃত বাহনখনো জব্দ কৰা হৈছে।

এ এছ পি শৰ্মাই লগতে কয় যে, অভিযুক্তই ধৰ্ষণৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পিছত ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে। ইয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে ভয় খাই পৰিয়ালক ঘটনাটোৰ কথা ক’লে। ইফালে কিশোৰীগৰাকীৰ পৰিয়ালে থানাত লিখিত এজাহাৰ দাখিল কৰে। ১৩ বছৰীয়া যুৱতীগৰাকী। নৱম শ্ৰেণীৰ ছাত্ৰী।

Apply Now

এবছৰৰ আগতে চিনুৰৰ ল’ৰা এজনৰ লগত ছ’চিয়েল মিডিয়াত তেওঁ কথা-বতৰা পাতিছিল। পাছত ল’ৰাটোৱে ছোৱালীজনীক নিজৰ আন বন্ধুসকলৰ লগতো চিনাকি কৰাই দিলে। কিশোৰীগৰাকীয়ে অভিযুক্ত আৰু তেওঁৰ বন্ধুসকলৰ সৈতে মেছেজৰ জৰিয়তে নিয়মীয়াকৈ সংস্পৰ্শলৈ আহিছিল। ১ জুনত অভিযুক্তই আন দুজন বন্ধুৰ সৈতে গাড়ীখন আনি সাক্ষাৎ কৰাৰ অজুহাতত ছোৱালীজনীক ফোন কৰে। ইয়াৰ পিছতে গোৱালিয়ৰ-শিবপুৰী ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গাড়ীত ছোৱালীজনীক জোৰকৈ গাড়ীত উঠাই ধৰ্ষণ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মূল অভিযুক্তই গাড়ীৰ পিছৰ চিটত বহি কিশোৰীগৰাকীক ধৰ্ষণ কৰে। সেই সময়ত আন এজনে গাড়ী চলাই আছিল আৰু আনজনে মোবাইলত ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল।

অভিযোগ অনুসৰি ঘটনাৰ পিছদিনাৰ পৰাই ছোৱালীজনীক ভিডিঅ’টো ফাদিল কৰাৰ ভাবুকি দি ব্লেকমেইলিং কৰা হৈছিল। আনকি তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল।পাছত অভিযুক্তই ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰে। স্বাভাৱিকতে গোটেই ঘটনাটোত ছোৱালীজনী মানসিক ভাবে ভাঙি গৈছে। আৰক্ষীয়ে জনোৱা মতে, তৃতীয়জন অভিযুক্তক অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলি আছে। তদন্ত অব্যাহত আছে। সেই অনুসৰি দোষীক শাস্তি প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd