• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি! চলন্ত গাড়ীত নৱম শ্ৰেণীৰ ছাত্ৰীক উৎপীড়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2024 9:58 am
1.3k
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশত চলন্ত গাড়ীত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ ঘটনা হৈছে৷ যোৱা জুন মাহত মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাত সংঘটিত হৈছিল এই ঘটনা। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১ জুনত গোৱালিয়ৰ-শিবপুৰী ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গাড়ীত ছোৱালীগৰাকীক ধৰ্ষণ কৰিছিল।

ঘটনা সন্দৰ্ভত জানিব পাৰি কিশোৰীগৰাকীৰ পৰিয়ালে মোহনা থানাত এজাহাৰ দাখিল কৰে। ধৰ্ষণৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে সংবাদ প্ৰতিষ্ঠানৰ আগত গোৱালিয়ৰ থানাৰ এ এছ পি নিৰঞ্জন শৰ্মাই কয় যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ আৰক্ষী দল গঠন কৰা হৈছে। এই পৰ্যন্ত তিনি অভিযুক্তৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বয়স ক্ৰমে ১৮ আৰু ২০ বছৰ। তেওঁলোকক জেৰা অব্যাহত আছে। এই ঘটনাত ব্যৱহৃত বাহনখনো জব্দ কৰা হৈছে।

এ এছ পি শৰ্মাই লগতে কয় যে, অভিযুক্তই ধৰ্ষণৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পিছত ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে। ইয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে ভয় খাই পৰিয়ালক ঘটনাটোৰ কথা ক’লে। ইফালে কিশোৰীগৰাকীৰ পৰিয়ালে থানাত লিখিত এজাহাৰ দাখিল কৰে। ১৩ বছৰীয়া যুৱতীগৰাকী। নৱম শ্ৰেণীৰ ছাত্ৰী।

এবছৰৰ আগতে চিনুৰৰ ল’ৰা এজনৰ লগত ছ’চিয়েল মিডিয়াত তেওঁ কথা-বতৰা পাতিছিল। পাছত ল’ৰাটোৱে ছোৱালীজনীক নিজৰ আন বন্ধুসকলৰ লগতো চিনাকি কৰাই দিলে। কিশোৰীগৰাকীয়ে অভিযুক্ত আৰু তেওঁৰ বন্ধুসকলৰ সৈতে মেছেজৰ জৰিয়তে নিয়মীয়াকৈ সংস্পৰ্শলৈ আহিছিল। ১ জুনত অভিযুক্তই আন দুজন বন্ধুৰ সৈতে গাড়ীখন আনি সাক্ষাৎ কৰাৰ অজুহাতত ছোৱালীজনীক ফোন কৰে। ইয়াৰ পিছতে গোৱালিয়ৰ-শিবপুৰী ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গাড়ীত ছোৱালীজনীক জোৰকৈ গাড়ীত উঠাই ধৰ্ষণ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মূল অভিযুক্তই গাড়ীৰ পিছৰ চিটত বহি কিশোৰীগৰাকীক ধৰ্ষণ কৰে। সেই সময়ত আন এজনে গাড়ী চলাই আছিল আৰু আনজনে মোবাইলত ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল।

অভিযোগ অনুসৰি ঘটনাৰ পিছদিনাৰ পৰাই ছোৱালীজনীক ভিডিঅ’টো ফাদিল কৰাৰ ভাবুকি দি ব্লেকমেইলিং কৰা হৈছিল। আনকি তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল।পাছত অভিযুক্তই ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰে। স্বাভাৱিকতে গোটেই ঘটনাটোত ছোৱালীজনী মানসিক ভাবে ভাঙি গৈছে। আৰক্ষীয়ে জনোৱা মতে, তৃতীয়জন অভিযুক্তক অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলি আছে। তদন্ত অব্যাহত আছে। সেই অনুসৰি দোষীক শাস্তি প্ৰদান কৰা হ’ব।

Recent News

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd