• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত ব্যাপক চাইবাৰ আক্ৰমণ, ক্ষতিগ্ৰস্ত প্ৰায় ৩০০ বেংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2024 11:14 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন চাইবাৰ আক্ৰমণৰ বলি হৈছে শতাধিক বেংক। বহু বেংকৰ গ্ৰাহকে ধন পেমেন্ট কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে। কোনো সেৱাই পোৱা নাই। দৰাচলতে প্ৰযুক্তি সেৱা কোম্পানী টিচিএছ চি-এজ টেকন’লজিৰ ওপৰত ৰেনছমৱেৰ (Ransomware) আক্ৰমণ সংঘটিত হৈছে।

বুধবাৰে নিশা চাইবাৰ আক্ৰমণৰ বলি হয় চি-এজ টেকন’লজিছ। ইয়াৰ বাবেই সমগ্ৰ দেশৰ প্ৰায় ৩০০ ক্ষুদ্ৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বেংকিং কাৰ্য্যকলাপ বন্ধ হৈ পৰিছে। এটিএমৰ পৰা ধন উলিয়াব পৰা নাই বুলি গ্ৰাহকে অভিযোগ কৰিছে। লগতে ইউ পি আইৰ পৰা ধন ট্ৰেন্সফাৰ কৰাতো সমস্যা হৈছেছে।

বিষয়াসকলে কয় যে এই কাৰিকৰী বিজুতিৰ ফলত গ্ৰাম্য অঞ্চলৰ সমবায় বেংক আৰু বেংকৰ গ্ৰাহকসকল প্ৰভাৱিত হৈছে, যিসকল এছবিআই আৰু টিচিএছৰ যৌথ উদ্যোগ চি-এজ টেকন’লজিছৰ ওপৰত নিৰ্ভৰশীল। কিন্তু অন্যান্য বেংকিং সেৱাসমূহ স্বাভাৱিকভাৱে চলি আছে।

Apply Now

লগতে পঢ়কঃ তিনিদিনত উদ্ধাৰ ২৭৬ টা মৃতদেহ! ৱায়ানাডত এতিয়াও বহু সন্ধানহীন; ধ্বংসাৱশেষৰ মাজত চলিছে অবিৰত অভিযান

চিষ্টেম ভংগ ধৰা পৰাৰ পিছত যোৱা দুদিন ধৰি চি-এজ টেকন’লজিছে এই সমস্যাৰ সন্মুখীন হৈছে। এগৰাকী বিষয়াই কয় যে চি-এজ ব্যৱস্থাটো পৃথক কৰি ৰাখিবলগীয়া হৈছে আৰু বৃহৎ পেমেণ্ট ব্যৱস্থাটোক সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লগা হৈছে।

কাৰিকৰীভাৱে ইয়াক ‘হাইজেকিং’ বুলিও ক’ব পাৰি। বেকাৰ্ছ হস্পিতাল ৰিভিউ ৱেবছাইট অনুসৰি বিশ্বৰ প্ৰথমটো ৰেনছমৱেৰ আক্ৰমণ ১৯৮৯ চনত সংঘটিত হৈছিল। এইটো এইডছৰ গৱেষক জোচেফ পোপে কৰিছিল। যোচেফে বিশ্বৰ ৯০খন দেশত ২০ হাজাৰ ফ্লপি ডিস্ক বিতৰণ কৰিছিল। তেওঁ কয়, এই ডিস্কত এইডছৰ বিপদৰ বিশ্লেষণ আছে। ডিস্কখনত এটা মেলৱেৰ প্ৰগ্ৰেমও আছিল যিটো সেই সকলোবোৰ কম্পিউটাৰলৈ গৈছিল। সেই সময়ত তথ্যৰ বিনিময়ত ১৮৯ ডলাৰ মুক্তিপণৰ দাবী কৰা হৈছিল। এই Ransomware আক্ৰমণক AIDS Trojan বুলি জনা যায়।

লগতে পঢ়কঃ‘বীমাৰ কিস্তিত প্ৰত্যাহাৰ কৰক জি এছ টি’, দাবী তুলি সীতাৰমণলৈ গাডকাৰীৰ চিঠি

এই Ransomware হৈছে এক প্ৰকাৰৰ মেলৱেৰ যিয়ে আপোনাৰ কম্পিউটাৰত প্ৰৱেশ কৰে আৰু সকলোবোৰৰে এক্সেছ লাভ কৰে। ই আপোনাৰ সকলো ফাইল এনক্ৰিপ্ট কৰে। তাৰ পিছত ই তথ্য আৰু এক্সেছ ঘূৰাই দিয়াৰ বাবে মুক্তিপণ দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd