• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰিয়হৰ ডুলিতে ভুত! দিল্লীত ২০ লাখ টকা উৎকোচ লোৱাৰ সময়তে হাতোলোটে ধৰা পৰিল ইডিৰ বিষয়া

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 9, 2024 1:21 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰিয়হৰ ডুলিতে ভূতৰ দৰে ঘটনা! দুৰ্নীতিৰ তদন্ত কৰিবলৈ গৈ উৎকোচ কেলেংকাৰীত লিপ্ত হয় বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) এজন বিষয়া। কেন্দ্ৰীয় তদন্ত সংস্থাৰ সহকাৰী সঞ্চালক পদৰ এজন বিষয়াই মুম্বাইৰ এজন জুৱেলাৰী ব্যৱসায়ীৰ পৰা ২০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতেলোটে ধৰা পৰে। বিষয়াগৰাকীৰ নাম সন্দীপ সিং যাদৱ।

চিবিআইৰ জালত পৰি দিল্লীত গ্ৰেপ্তাৰ হয় যাদব। দিল্লীৰ লাজপত নগৰ অঞ্চলৰ পৰা তেওঁক আটক কৰা হয়। সূত্ৰ অনুসৰি যোৱা ৩ আৰু ৪ আগষ্টত ইডিয়ে জুৱেলাৰী ব্যৱসায়ীগৰাকীৰ ঘৰত অভিযান চলাইছিল। ইয়াৰ পিছত সন্দীপে ২৫ লাখ টকা নিদিলে ব্যৱসায়ীজনৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হ’ব বুলি হুংকাৰ দিয়ে। তাৰ পিছত দৰদাম কৰি উৎকোচৰ পৰিমাণ ২০ লাখলৈ হ্ৰাস পালে।

লগতে পঢ়কঃ ১৭ মাহৰ পাছত জেলৰ পৰা মুকলি; মনীষ ছিছ’দিয়াৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তথ্য লাভ কৰি সন্দীপ সিং যাদৱক ধৰিবলৈ জাল পাতে চিবিআইয়ে। তাৰ পিছত চিবিআইয়ে উৎকোচ লোৱাৰ সময়তে ইডি বিষয়াজনক হাতেলোটে ধৰে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়া সন্দীপে যোৱা বছৰৰ মে’ মাহত ইডিত সহকাৰী সঞ্চালক হিচাপে যোগদান কৰিছিল।

উল্লেখ্য যে শেহতীয়াকৈ তামিলনাডু (যোৱা ডিচেম্বৰ) আৰু ৰাজস্থান (যোৱা নৱেম্বৰ)ত উৎকোচ লোৱাৰ অপৰাধত ইডিৰ দুজন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ উপৰিও যোৱা বছৰৰ আগষ্ট মাহত দিল্লীৰ ব্যৱসায়ী অমন ধলৰ পৰা ৫ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগত চিবিআইয়ে ইডিৰ সহকাৰী সঞ্চালককে ধৰি ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছিল। দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত বচাবলৈ চৰ্ত হিচাপে ব্যৱসায়ীজনৰ পৰা এই বিপুল পৰিমাণৰ উৎকোচ দাবী কৰা হৈছিল।

লগতে পঢ়কঃ মূৰে-কপালে হাত আদানীৰ! পানীত পৰিল নেকি বাংলাদেশত বৃহৎ বিনিয়োগ?

এইবাৰ আন এজন ইডি বিষয়াক গ্ৰেপ্তাৰ কৰা ঘটনাই স্বাভাৱিকতে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তদন্তকাৰীসকলক লৈ ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰিলে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd