• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ পেৰ’লত মুকলি! কাৰাগাৰৰ পৰা ২১ দিনৰ বাবে ‘ছুটী’ত ধৰ্ষণকাৰী স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিম

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 13, 2024 2:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰা চাচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙক আৰু ২১ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হ’ল। মঙলবাৰে মুক্তি পোৱাৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ বাগপাটত থকা নিজৰ আশ্ৰমলৈ ৰাওনা হয়। ইয়াকে লৈ ধৰ্ষণৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহা স্বঘোষিত ধৰ্ম গুৰুজনক যোৱা ৪ বছৰত ১০ বাৰ পেৰ’লত মুকলি কৰি দিয়া হয়। বিজেপি শাসিত হাৰিয়ানা চৰকাৰৰ কৃপাত ধৰ্ষণকাৰীক পেৰ’লত মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

হাৰিয়ানাৰ পঞ্চকুলা আদালতে ২০১৭ চনত ডেৰাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৰাম ৰহিমক। এই ঘটনা পোহৰলৈ অনাৰ বাবে এজন সাংবাদিককো হত্যা কৰা হৈছিল। সেই ঘটনাত আন তিনিজনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছিল। লগতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ দোষী সাব্যস্ত হৈছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰে।

লগতে পঢ়কঃ শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত জড়িত নহয় আমেৰিকা; স্পষ্ট কৰিলে হোৱাইট হাউছে

Apply Now

কিন্তু কাৰাবন্দী হৈ থকাৰ পিছতো দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী ধৰ্মগুৰুজনে দীঘলীয়া ছুটীত জেলৰ বাহিৰতে বেছিভাগ সময় কটায়। ১৯ জানুৱাৰীত হাৰিয়ানা চৰকাৰে তেওঁক ৫০ দিনৰ পেৰ’ল প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁক অধিক দীঘলীয়া সময়ৰ বাবে পেৰ’ল দিয়া হৈছে।

আচৰিত কথাটো হ’ল, নিৰ্বাচনৰ ঠিক আগতে ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া দেখা গ’ল। এইবাৰ হাৰিয়ানাত আছে বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে স্বঘোষিত ধৰ্মগুৰুজনৰ এই মুক্তিয়ে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কৰিছে। মূলতঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত ৰাম ৰহিমৰ অনুগামীৰ সংখ্যা বহুত।

লগতে পঢ়কঃ প্ৰতিদিনে ভাতসাজৰ সৈতে কেঁচা জলকীয়া খায়! নিয়মিত জলকীয়া খোৱাটো সঁচাকৈয়ে উপকাৰীনে?

যোৱা বছৰৰ নৱেম্বৰ মাহত ৰাজস্থানত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক ছুটী দিয়া হৈছিল। হাৰিয়ানাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও তেওঁ ৫০ দিনৰ ছুটী পাইছিল। সেইদৰে, পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও তেওঁক বিভিন্ন ‘অজুহাত’ত পেৰ’ল দিয়া হৈছিল। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd