• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সপোন ভাগিল! ৰূপ নাপালে ৱিনেশে, আবেদন নাকচ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 8:30 am
176
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতত ৱিনেশ ফ’গাটৰ আবেদন নাকচ কৰা হৈছে। ভাৰতীয় মল্লযুঁজাৰুৰ অলিম্পিকৰ পৰা ৰূপৰ পদক লাভৰ আশাও ইমানতে অন্ত পৰিল। মন কৰিবলগীয়া যে অহা শুকুৰবাৰে ৱিনেশৰ আবেদনৰ সিদ্ধান্ত ক্ৰীড়া আদালতত ঘোষণা কৰাৰ কথা আছিল। কিন্তু বুধবাৰে আদালতত হঠাতে ৱিনেশৰ আবেদন বাতিল কৰা হয়।

ভাৰতীয় মল্লযুঁজাৰু ৱিনেশ ফ’গাটৰ ৰূপৰ পদকৰ আবেদন বুধবাৰে ক্ৰীড়া আদালতে নাকচ কৰে। পূৰ্বে কাৰ্যকৰী হোৱা অলিম্পিক মল্লযুঁজত পদক প্ৰদানৰ নিয়ম প্ৰযোজ্য হৈ থাকিব। ৱিনেশ আৰু ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে সেই নিয়ম মানি ল’ব লাগিব। অৰ্থাৎ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো ৱিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰা হয়। এই শাখাৰ অলিম্পিকৰ সকলো প্ৰতিযোগীৰ ভিতৰত তেওঁ শেষ স্থান লাভ কৰিব।

অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত ৱিনেশে ক্ৰীড়া আদালতত আবেদন জনায়। তাত তেওঁৰ অনুৰোধ আছিল যে যিহেতু তেওঁ নিয়ম অনুসৰি ফাইনেলত প্ৰৱেশ কৰিলে, অন্ততঃ ৰূপৰ পদকটো তেওঁক দিব লাগে। হৰিশ ছালভেৰ দৰে বিখ্যাত অধিবক্তাই তাৰকা মল্লযুঁজাৰুগৰাকীৰ হৈ যুক্তি আগবঢ়াইছিল। কিন্তু বাৰে বাৰে শুনানিৰ অন্তত ৰায়দান কেইবাবাৰো পিছুৱাই দিয়া হয়। অৱশেষত বুধবাৰে ক্ৰীড়া আদালতে ৱিনেশৰ আবেদন নাকচ কৰে।

লগতে পঢ়কঃ Independence day 2024: স্বাধীনতা দিৱস উপলক্ষ্যে কেইটামান বহু বিকল্পী প্ৰশ্ন

এনে সিদ্ধান্তত স্তম্ভিত হৈ পৰিছে ভাৰতীয় অলিম্পিক সংস্থা। ৰায়দানৰ শুনানি গ্ৰহণ কৰি প্ৰেছিডেন্ট পি টি উষাই কয় যে আদালতে খেলুৱৈসকলৰ অৱস্থা বিবেচনা কৰি নাচালে। তেওঁ কয় যে কঠিন পৰিস্থিতিত আই অ’ এ-ই ৱিনেশৰ পক্ষত আছে। ইয়াৰ উপৰিও আই অ’ এয়ে জনাইছে যে অনাগত দিনত তেওঁলোকে আন আইনী পদ্ধতিৰে যুঁজ দিব পাৰে নে নোৱাৰে সেই বিষয়ে চিন্তা-চৰ্চা কৰি আছে। কিন্তু এতিয়াৰ বাবে ৱিনেশৰ পদক লাভৰ আশা শেষ। 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd