• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত জোড়ো যাত্ৰাই মোক আৰু দেশৰ ৰাজনীতিক সলনি কৰি দিলে; আমেৰিকাত ক’লে ৰাহুল গান্ধীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2024 10:07 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাত বিৰোধী দলৰ নেতা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰিছে। তেওঁ আমেৰিকাৰ ডালাছৰ টেক্সাছ বিশ্ববিদ্যালয়ত এক সাক্ষাৎকাৰৰ সময়ত ভাৰত জোড়ো যাত্ৰাৰ বিষয়ে কয়। যাত্ৰা সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, ভাৰত জোড়ো যাত্ৰাই মোক আৰু দেশৰ ৰাজনীতিক সলনি কৰি দিলে।

৮ ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে আমেৰিকাত উপস্থিত হয় আৰু ১০ ছেপ্টেম্বৰলৈকে ভ্ৰমণত থাকিব। এই সময়ছোৱাত কংগ্ৰেছ নেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, সাংবাদিক, উদ্যোগপতিকে ধৰি বহু লোকৰ সৈতে কথা বতৰা পাতিব।

ৰাহুল গান্ধীক সাক্ষাৎকাৰৰ সময়ত ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল, আপুনি ৪ হাজাৰ কিলোমিটাৰ কেনেকৈ যাত্ৰা কৰিলে? যাৰ উত্তৰত তেওঁ কয়, প্ৰথমে জনাটো গুৰুত্বপূৰ্ণ যে মই কিয় এই যাত্ৰা আৰম্ভ কৰিলোঁ? ৰাহুল গান্ধীয়ে কয়, মই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিলোঁ কাৰণ যোগাযোগৰ প্ৰতিটো মাধ্যম বন্ধ কৰি দিয়া হৈছিল, সংসদ, সংবাদ মাধ্যম, আমি আইনী ব্যৱস্থালৈ নথি-পত্ৰ লৈ গৈছিলো, একো হোৱা নাছিল।

Apply Now

লগতে পঢ়কঃ আকৌ কৰ’নাৰ আতংক! ভাইৰাছৰ নতুন ভেৰিয়েন্টে বৃদ্ধি কৰিছে সংক্ৰমণ, উদ্বিগ্ন বিজ্ঞানীমহল

ৰাহুল গান্ধীয়ে কয়, আমি বহুদিন ধৰি কেনেকৈ কথা পাতিম বুজিবই পৰা নাছিলো। তেতিয়া আমি ভাবিলোঁ যে যদি সংবাদ মাধ্যমে আপোনাক ৰাইজৰ ওচৰলৈ লৈ যোৱা নাই, যদি প্ৰতিষ্ঠানিক ব্যৱস্থাই আপোনাক ৰাইজৰ মাজলৈ লৈ যোৱা নাই, সেয়ে আমি প্ৰত্যক্ষভাৱে যোৱাৰ সিদ্ধান্ত লৈছিলো।

ৰাহুল গান্ধীয়ে কয় যে আমি যেতিয়া ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিলো তেতিয়া মোৰ আঁঠুৰ বিষ হৈছিল আৰু ৩-৪ দিনৰ ভিতৰত মই অনুভৱ কৰিছিলো মই এয়া কি কৰিলো। তেওঁ কয়, আপুনি ৰাতিপুৱা সাৰ পাই ভাবিছে যে আজি আপোনাৰ ১০ কিলোমিটাৰ খোজ কাঢ়িব লাগিব, কিন্তু আপুনি ভাবিছে যে আপুনি ৪ হাজাৰ কিলোমিটাৰ খোজ কাঢ়িব লাগিব। দুইটা কথাৰ মাজত বহুত পাৰ্থক্য আছে। তেওঁ ক’লে, কিন্তু এই যাত্ৰা মোৰ বাবে কঠিন নাছিল।

ভাৰতৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে কয়, ভাৰত জোড়ো যাত্ৰাই মোৰ কামৰ চিন্তাধাৰা সলনি কৰি দিছে। তেওঁ লগতে কয় যে এই যাত্ৰাই ৰাজনীতিৰ প্ৰতি মোৰ দৃষ্টিভংগী সলনি কৰি দিছে। ই মোৰ দেশবাসীক চোৱাৰ ধৰণ সলনি কৰিছে, তেওঁলোকৰ লগত মোৰ যোগাযোগৰ ধৰণ সলনি কৰিছে, মানুহৰ কথা শুনা ধৰণো সলনি কৰিছে। ৰাহুল গান্ধীৰ মতে এই সকলোবোৰ পৰিৱৰ্তন কেৱল মোৰ মাজতেই নহয়, যাত্ৰাত অংশগ্ৰহণ কৰা সকলো লোকৰ মাজতো আহিছে।

লগতে পঢ়কঃ শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ; এইবোৰ আওকাণ কৰিলেই বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা!

ৰাহুল গান্ধীয়ে তেওঁৰ ভ্ৰমণৰ সময়তে “মোহব্বত কি দুকান”ৰ কথা উল্লেখ কৰিছিল। সেই দিশলৈ আঙুলিয়াই দি তেওঁ কয় যে এটা কথা যিটো আমি পৰিকল্পনা কৰা নাছিলো, এই ভ্ৰমণৰ আটাইতকৈ শক্তিশালী কথাটো আছিল ৰাজনীতিত প্ৰেম। তেওঁ কয়, কেৱল ভাৰততে নহয় আনকি বিদেশতো প্ৰেম শব্দটো আজিলৈকে ৰাজনীতিত কেতিয়াও ব্যৱহাৰ হোৱা নাছিল। ৰাজনীতিত কেৱল ঘৃণা, খং, অন্যায়, দুৰ্নীতি আদি শব্দহে পোৱা যাব, কিন্তু ‘প্ৰেম’ শব্দটো খুব কমেইহে ব্যৱহাৰ কৰা হৈছিল।

ৰাহুলে লগতে কয়, ভাৰত জোড়ো যাত্ৰাই ভাৰতীয় ৰাজনীতিক সলনি কৰি ৰাজনীতিত প্ৰেমক অন্তৰ্ভুক্ত কৰিলে, আৰু এই ধাৰণাটোৱে কিমান ভালদৰে কাম কৰিলে তাক লৈ মই আচৰিত হৈছো। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd