• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীয়ে সত্য কথা নকয়, সংবিধান অনুসৰি কাম নকৰে : দেৱব্ৰত শইকীয়া

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 13, 2024 9:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷

এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰাৰ ভিত্তি কি সেয়া জানিব খোজে শইকীয়াই৷ লগতে শইকীয়াই কয় যে যিহেতু সংবাদমাধ্যমে সেইখিনি লোকক সন্দেহজনক বুলি কৈছে সেয়েহে তেনে লোকক কংগ্ৰেছ দল আৰু দেৱব্ৰত শইকীয়াই কেতিয়াও সহায় কৰা নাই বুলি কয়৷

Apply Now

মুখ্যমন্ত্ৰীয়ে দাবী কৰা সকলো অভিযোগ মিছা বুলি দাবী কৰে বিৰোধী দলপতি শইকীয়াই৷ বিৰোধী দলপতি শইকীয়াই কয়, ”২৯ আগষ্টত আৰটিআইযোগে দিয়া তথ্য অনুসৰি সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই উক্ত অঞ্চলৰ চৰকাৰী ভূমি, গ্ৰেজিং, ভিজিআৰ, পিজিআৰ বা আন ভূমিতো কোনো ধৰণৰ বেদখল হোৱা নাই বুলি জনাইছিল। কাৰোবাক উচ্ছেদ কৰা হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰতো তেনে কৰিবলৈ তাত কোনো বেদখল নাই বুলি উল্লেখ কৰিছিল বিষয়াগৰাকীয়ে। সেয়ে চৰকাৰী বিষয়াই ২৯ আগষ্টত দিয়া তথ্য কেনেকৈ হঠাৎ সলনি হৈ পৰিল নে চৰকাৰৰ বিভাগসমূহৰ মাজত কোনো সমন্বয় নাই নে আৰটিআইৰ প্ৰশ্নৰ উত্তৰত তথ্য ভুলকৈ দিয়া হৈছিল বুলিহে মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলো।’’

শইকীয়াই লগতে কয় যে অসম আৰক্ষীয়ে কেতবোৰ ব্যক্তিক আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ কৰিবলৈ গৈ গুলীয়াই হত্যা কৰিলে৷ ই অতি দুৰ্ভাগ্যজনক আৰু মুখ্যমন্ত্ৰী মহোদয়ে এনে হত্যাক সমৰ্থন কৰাটো অতি দুৰ্ভাগ্যজনক৷ উচ্ছেদৰ পূৰ্বে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি আগতীয়াকৈ জাননী দিব লাগে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিবৰ সময়ত কোনো ধৰণৰ জাননী দিয়াৰ প্ৰয়োজন নাই৷ যিটো সত্যৰ অপলাপ, মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ এক শ্ৰেণীৰ মানুহৰ মাজত ভয়, ভাবুকি, প্ৰলোভন আদিৰ এজেণ্ডা চলাব খুজিছে নেকি সেয়া মই নাজানো বুলিও মন্তব্য কৰে শইকীয়াই৷

মুখ্যমন্ত্ৰীয়ে সত্য কথা কোৱা নাই আৰু সংবিধান অনুসৰি কাম কৰা নাই বুলিও বিৰোধী দলপতিয়ে অভিযোগ কৰে৷

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd