• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৫ গৰাকী মহিলাৰ সৈতে বিয়া! ফুলশয্যাৰ নিশাৰ ভিডিঅ’ কৰি ব্লেকমেইল দৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2024 5:22 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথা অনুসৰি প্ৰথমে বিবাহ। ইয়াৰ পাছত ফুলশয্যা আৰু হানিমুনৰ গোপন ভিডিঅ’ ৰেকৰ্ডিং কৰি ‘পত্নী’ক ব্লেকমেইল। ওড়িশাৰ ভুৱনেশ্বৰৰ এজন যুৱকে বছৰ বছৰ ধৰি টকা উপাৰ্জনৰ এই ব্যৱসায় চলাই আহিছিল। এইদৰে ১৫ গৰাকী মহিলা বিবাহৰ জালত পৰিল আৰু অৱশেষত ‘দৰা’ আৰক্ষীৰ জালত ধৰা পৰিল।

জানিব পৰা মতে অভিযুক্তই মূলতঃ ছ’চিয়েল মিডিয়া আৰু মেট্ৰিম’নিয়েল চাইট চাই আদবয়সীয়া আৰু বিবাহ বিচ্ছেদ হোৱা মহিলাক লক্ষ্য কৰি লৈছিল। ইয়াৰ পাছত যুৱকজনে নিয়ম মানি চলি বিবাহ আৰু যৌন সম্পৰ্কত লিপ্ত হৈছিল। সেই সকলোবোৰ ভিডিঅ’ অভিযুক্তই ৰেকৰ্ডিং কৰিছিল। ইয়াৰ পাছত সেই ভিডিঅ’ ব্যৱহাৰ কৰি মহিলাসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল। শেহতীয়াকৈ অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে এগৰাকী মহিলাই নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছিল। ইয়াৰ পিছত যুৱকজনৰ কৃতিত্ব এটা এটাকৈ পোহৰলৈ আহিল।

আৰক্ষীৰ মতে, কিছুদিন পূৰ্বে এগৰাকী মহিলাই তেওঁলোকৰ ওচৰলৈ আহি যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। বিবাহ বিচ্ছেদ হোৱা মহিলাগৰাকীয়ে বিচ্ছেদৰ পাছত দ্বিতীয় বিবাহৰ পৰিকল্পনা কৰা বুলি দাবী কৰে। সেই সময়ত তেওঁ যুৱকজনক ছ’চিয়েল মিডিয়াত লগ পাইছিল। তেওঁ মহিলাগৰাকীৰ ওচৰত নিজকে চৰকাৰী বিষয়া বুলি দাবী কৰে। ইয়াৰ পাছত তেওঁলোকে যোগাযোগ কৰি ফোনত বিয়া পাতিলে। অৱশ্যে কিছুদিন পাছতে অভিযুক্তই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি মহিলাগৰাকীয়ে পিতৃৰ ঘৰৰ পৰা ওলাই যায় তেন্তে ভিডিঅ’ ফাদিল কৰাৰ ভাবুকি দি ধন দাবী কৰা হয়।

Apply Now

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পাছত যুৱকজনৰ কৃতিত্ব পোহৰলৈ আহিল। জনা যায় যে এই যুৱকে ১৫ গৰাকী মহিলাক বিয়া কৰাইছিল। আৰু ফুলশয্যাৰ ভিডিঅ’ ফাদিল কৰাৰ ভাবুকি দি একেদৰেই সকলোৰে পৰা ধন আদায় কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd