• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আবেদন নাকচ! বিলকিছ বানো গোচৰত উচ্চতম ন্যায়ালয়ত মুখথেকেচা গুজৰাট চৰকাৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 27, 2024 9:05 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিলকিছ বানো গোচৰৰ “চৰম নিৰীক্ষণ” প্ৰত্যাহাৰ নহয়! গুজৰাট চৰকাৰৰ আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। দুগৰাকী ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয়, ‘পৰ্যালোচনাৰ আবেদনখন পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে। সৰ্বশেষত ক’ব পাৰি যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কোনো ভুল নাছিল, সেয়েহে নতুনকৈ বিবেচনা কৰাৰ প্ৰয়োজন নাই। এই পৰ্যালোচনা আবেদনৰ কোনো ভিত্তি নাই’।

দৰাচলতে ঘটনাটো কি? চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে বিলকিছ বানো গোচৰৰ ধৰ্ষণকাৰীৰ জামিন নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ে তেওঁলোকক পুনৰ জেললৈ পঠিওৱাৰ নিৰ্দেশ দিয়ে। কেৱল সেয়াই নহয়, আদালতে গুজৰাট চৰকাৰক ভর্ৎসনাও কৰে। ইয়াৰ পিছতে গুজৰাট চৰকাৰে উচ্চতম ন্যায়ালয়ত আন এখন আৱেদন দাখিল কৰে। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কৰা ‘বিৰূপ মন্তব্য’ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰা হয়। সেই আবেদন  বৃহস্পতিবাৰে নাকচ হয়।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিলকিছ বানো ধৰ্ষণ গোচৰত ১১জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ পিছতে এজন দোষীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু শাস্তিৰ ম্যাদ শেষ হোৱাৰ আগতে মুক্তিৰ দাবী জনাইছিল। তাৰ পিছত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে গুজৰাট চৰকাৰে ইচ্ছা কৰিলে ধৰ্ষণকাৰীক মুকলি কৰি দিব পাৰে। সেই ৰায়দানত ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়া হৈছিল। সেয়া আছিল ২০২২ ১৫ আগষ্টত।

Apply Now

লগতে পঢ়কঃ সন্তানৰ মংগল কামনাৰে শিশুক কোলাত লৈ পানীত “ডুব”! ৩৭ টি শিশুসহ ৪৬ জনৰ মৃত্যু বিহাৰত

ইফালে গুজৰাট চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি কৰে। এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হয়। কেৱল এই ৰায় নাকচ হোৱাই নহয়, চলিত বৰ্ষৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ধৰ্ষণকাৰীক মুকলি কৰি দিয়াৰ সন্দৰ্ভত দিয়া নিৰ্দেশৰ অপব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল। উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে নিজৰ ৰায়। লগতে ১৪ দিনৰ ভিতৰত ১১জন অপৰাধীক পুনৰ জেললৈ যোৱাৰ নিৰ্দেশ দিয়ে। গুজৰাট চৰকাৰকো তীব্ৰ ভর্ৎসনা কৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd