• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বুটাম টিপিলেই লাভ কৰিব সোণ! দেশৰ ভিতৰতে প্ৰথমটো ‘গোল্ড এটিএম’ৰ আৰম্ভণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2024 5:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল নগদ ধন নহয়, এটিএমত থকা বুটামটো টিপিলেই বিশুদ্ধ সোণ পাব। দেশত প্ৰথমবাৰৰ বাবে কৰ্ণাটক ৰাজ্যত স্থাপন কৰা হ’ল এই অভিনৱ ‘গোল্ড এটিএম’। এই সোণালী এটিএমটো কৰ্ণাটকৰ টুমকুৰ মাৰ্চেণ্টছ ক্ৰেডিট কোঅপাৰেটিভ ছ’চাইটি (টিএমচিচি)ৰ এক পদক্ষেপ। সংস্থাটোৱে ইয়াক ‘টিএমচিচি গোল্ডচিক্কা’ নামেৰে নামাকৰণ কৰিছে।

কোম্পানীটোৰ তথ্য অনুসৰি এই এটিএমত গ্ৰাহকে লাভ কৰিব ২৪ কেৰেটৰ বিশুদ্ধ সোণৰ মুদ্ৰা। ০.৫, ১, ২, ৫ আৰু ১০ গ্ৰাম সোণৰ মুদ্ৰা উপলব্ধ হ’ব। কেৱল সেয়াই নহয় বজাৰত বৰ্তমানৰ সোণৰ মূল্য অনুযায়ী গ্ৰাহকে এই সোণ ক্ৰয় কৰিব পাৰিব। এই অভিনৱ এটিএমৰ উদ্বোধনী অনুষ্ঠানত কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰ, অধ্যক্ষ জয়কুমাৰকে ধৰি বিভিন্ন ভিভিআইপি উপস্থিত থাকে। কেৱল গহনাই নহয়, বিশুদ্ধ ২৪ কেৰেটৰ সোণ সহজে মানুহৰ ঘৰলৈ পঠিয়াব পৰা যাব বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে। টিএমচিচিয়ে জনোৱা মতে, এই প্ৰকল্পটো গোল্ড কইন এটিএম লিমিটেডৰ সৈতে যৌথ উদ্যোগত ৰূপায়ণ কৰা হৈছে।

সংস্থাটোৰ মতে, এই এটিএমৰ সহায়ত যিকোনো ব্যক্তিয়ে অতি সহজে সোণ কিনিব পাৰে। ইয়াৰ বাবে কোনো অতিৰিক্ত খৰচ নাই। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, কিউআৰ ক’ডৰ জৰিয়তে এটিএমত ধন পৰিশোধ কৰিব পাৰিব। জানিব পৰা মতে, সোণৰ লগতে ৰূপৰ বাবেও অচিৰেই একেধৰণৰ এটিএম স্থাপন কৰা হ’ব। কেৱল সেয়াই নহয়, আগন্তুক দিনত এই কোম্পানীয়ে এটিএমৰ জৰিয়তে সৰু সৰু গহনাও ডেলিভাৰী কৰাৰ পৰিকল্পনা কৰিছে।

Apply Now

মন কৰিবলগীয়া যে সেই প্ৰাৰম্ভিক সময়ৰ পৰাই ভাৰতীয়সকলৰ বাবে সোণ অন্যতম পছন্দৰ বিনিয়োগ হৈ আহিছে। অধিক নিৰ্দিষ্টভাৱে ক’বলৈ গ’লে সোণৰ গহনা। যদিও বৰ্তমান সময়ত আন বিনিয়োগৰ বিকল্পৰ সৃষ্টি হৈছে, তথাপিও সোণৰ হ্ৰাস হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ডিজিটেল সোণ, চৰকাৰী পদক্ষেপ ‘ছ’ভাৰেইন গোল্ড বণ্ড’ সোণত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰা হৈছে। এতিয়া এই ‘গোল্ড এটিএম’ক বিশেষজ্ঞসকলে ২৪ কেৰেটৰ সোণত প্ৰত্যক্ষ বিনিয়োগৰ উপায় হিচাপে লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd