• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউটিউব চাই বন্দুক চলাবলৈ শিকিছিল বাবা ছিদ্দিকিৰ হত্যাকাৰীয়ে! আৰক্ষীৰ তদন্তত নতুন নতুন তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 11:53 am
385
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰত এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ তদন্তত নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে। এতিয়া জনা গৈছে যে অভিযুক্ত গুৰমেল সিং আৰু ধৰমৰাজ কাশ্যপে ইউটিউবত ভিডিঅ’ চাই বন্দুক চলাবলৈ শিকিছিল।

কিন্তু তেওঁলোকে ক’ত শ্বুটিং অনুশীলন কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে আৰক্ষীয়ে সেই ঠাইখনৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে।

এই পৰ্যন্ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই এই গোচৰত ১৫ জনতকৈ অধিক লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে।

লগতে গ্ৰেপ্তাৰ হৈছে এজন নতুন ব্যক্তি। এই গোচৰত এয়া চতুৰ্থটো গ্ৰেপ্তাৰ।

শনিবাৰে নিশা দলৰ কার্যালয়ৰ সন্মুখত দশহৰা উদযাপনৰ সময়ত প্রাক্তন বিধায়ক বাবা ছিদ্দিকীক হত্যা কৰা হয়৷ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ অতি জনপ্ৰিয় নেতা। এনে এজন ব্যক্তিৰ হত্যাক লৈ সৃষ্টি হৈছে হুলস্থুলৰ। এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণই চক্ৰই।

তদন্তৰ প্ৰতিটো স্তৰতে নতুন নতুন আশ্চৰ্যজনক তথ্য আৰক্ষীৰ হাতলৈ আহি আছে। সূত্ৰ অনুসৰি, আক্ৰমণৰ পূৰ্বে অভিযুক্তই সেই ঠাইত ৰেইকি কৰিছিল। দুবছৰ পূৰ্বে পঞ্জাৱত গ্ৰেপ্তাৰ হোৱা মহম্মদ জীশান আখতাৰে পাটিয়ালা জেলতেই বিষ্ণই গেঙৰ সদস্যৰ সৈতে মত বিনিময় কৰিছিল। জেলৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ মুম্বাইলৈ আহি এই কামবোৰত হাত উজান দিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আখতাৰ।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd